--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম একচন অভিনেত্ৰী কেটৰিনা কাইফ। পৰ্দাত কেতিয়াবা বন্দুকৰে, কেতিয়াবা হাতেৰে শত্ৰুক আক্ৰমণ কৰে। প্ৰবীণ একচন প্ৰশিক্ষক তথা অভিনেত্ৰীৰ শহুৰেক শ্যাম কৌশলে কেটৰিনাৰ একচন শৈলীক প্ৰশংসা কৰে। কিন্তু এনে এটি একচন দৃশ্যৰ শ্বুটিং কৰি থাকোঁতেই অভিনেত্ৰীগৰাকীয়ে আকাশৰ মাজতে মৃত্যুৰ মুখৰ পৰা উভতি আহিছিল।

এবাৰ হেলিকপ্টাৰৰ ভিতৰত ষ্টাণ্ট কৰি থকাৰ সময়তে অভিনেত্ৰীগৰাকী ভয়ংকৰ বিপদত পৰিছিল। আকাশৰ মাজত হঠাৎ আৰম্ভ হ’ল ধুমুহা। চপাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুতগতিত নামি যায়। কেটৰিনাই ভয় খাই গ’ল।

অভিনেত্ৰীগৰাকীয়ে কয়, ‘মই অনুভৱ কৰিছিলো যে এয়া মোৰ শেষ দিন। চকু দুটা মুদি দিলো। ভগৱানক মাতিছিলো। আৰু মাত্ৰ এজন ব্যক্তিৰ কথা মনত পৰিল। তেওঁ মোৰ মা।’’ অৱশেষত কেটৰিনাৰ জীৱন ৰক্ষা পৰে। কিন্তু সেইদিনাৰ অভিজ্ঞতা তেওঁ পাহৰিব নোৱাৰে।

কেটৰিনা কাইফ, ছলমান খান অভিনীত ছবি ‘টাইগাৰ ৩’ এই দীপাৱলীতে মুক্তি পালে। এই ছবিখনত তেওঁক সম্পূৰ্ণ একচন দৃশ্যত দেখা গৈছে। এই ছবিখনে সমগ্ৰ বিশ্বতে প্ৰায় ৪০০ কোটি টকাৰ ব্যৱসায় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক