--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ৰশ্মিকা মান্দানা, কেটৰিনা কাঈফ আৰু কাজলৰ পিছত এইবাৰ আলিয়া ভাটৰ ডিপফেক ভিডিঅ' ভাইৰেল হৈ পৰিছে। আলিয়াৰ  মুখৰ ছবি আন ছবিত লগাই তৈয়াৰ কৰা হৈছে  ডিপফেক ভিডিঅ'টো৷  ভিডিঅ'টো এতিয়া  সামাজিক মাধ্যমৰ সকলো মঞ্চত বিয়পি পৰিছে। এনেবোৰ ঘটনাই  আৰ্টিফিকেল ইন্টেলিজেন্সৰ ব্যৱহাৰক লৈ উদ্বেগৰ সৃষ্টি কৰিছে। 

 ভিডিঅ'টোত দেখা গৈছে যে আলিয়াৰ মুখৰ ছবি লগাই দিয়া এজনী ছোৱালীয়ে নীলা ফুলৰ কাপোৰ  পিন্ধি আছে আৰু কেমেৰালৈ চাই কিবা ইংগিত দিছে।

কেইদিনমান আগতে, কাজলৰ এনে এটা  ভিডিঅ' অনলাইনত প্ৰকাশ পাইছিল।  ডিপফেকটোত ৰ’জি ব্ৰিনৰ মুখখন কাজলৰ সৈতে সলনি কৰা হৈছিল। ক্লিপটোত 'কুছ কুছ হোতা হে'ৰ অভিনেত্ৰীগৰাকীক কেমেৰাত কাপোৰ সলনি কৰা দেখুওৱা হৈছিল।


উল্লেখ্য আলিয়া ভাটে বৰ্তমান ভাচন বালা পৰিচালিত আৰু কৰণ জোহৰৰ দ্বাৰা সহ-প্ৰযোজিত 'জিগ্ৰা' নামৰ এখন একচনধৰ্মী ছবিৰ  বাবে চিত্ৰগ্ৰহণ কৰি আছে। তেওঁক শেষবাৰৰ বাবে ৰণবীৰ সিঙৰ সৈতে কৰণ জোহৰৰ 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী'ত  দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক