--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে মৃত্যু হ’ল এগৰাকী স্বনামধন্য হলিউডৰ তাৰকা অভিনেত্ৰী। তেওঁ হৈছে- ৰাকেল ৱেলছ। স্বাস্থ্যজনিত কাৰণত হোৱা মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ।

অভিনেত্ৰীগৰাকীক হলিউডৰ আধুনিক সময়ৰ নায়িকা-আধাৰিত একচন চলচ্চিত্ৰকত ব্যাপকভাৱে অভিনয় কৰি প্ৰশংসা লাভ কৰিছিল। 

ৰাকেলৰ জন্ম ১৯৪০ চনত হৈছিল। সৰুৰে পৰা অভিনয়ৰ প্ৰতি আগ্ৰহী ৰাকেলে কিশোৰী সৌন্দৰ্য প্ৰতিযোগিতাতো বিজয়ী হৈছিল ১৯৬০ৰ দশকত ৰাকেল এগৰাকী আন্তৰ্জাতিকভাৱে আবেদনময়ী মহিলাৰ প্ৰতীক হৈ পৰিছিল। তেওঁ ১৯৬৬ চনৰ 'ওৱান মিলিয়ন বিচি’ চলচ্চিত্ৰত বিকিনি পিন্ধা গুহাৰ নাৰীৰ চৰিত্ৰত অভিনয় কৰি চৰ্চালৈ আহিছিল।

ৱেলছে ১৯৭৪ চনত “থ্ৰী মাস্কেটিয়াৰ্ছ”ত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে গোল্ডেন গ্লোব বঁটা লাভ কৰিছিল। ১৯৮৭ চনত তেওঁক পুনৰ ‘ৰাইট টু ডাই’ত তেওঁৰ চৰিত্ৰৰ বাবে মনোনীত কৰা হৈছিল।

বাতৰি অনুসৰি, ৱেলছে ৭০ খনতকৈও অধিক চলচ্চিত্ৰ আৰু টিভি অনুষ্ঠানত অভিনয় কৰিছে। দৰাচলতে  কল্পবিজ্ঞান ওপৰত আধাৰিত ‘ফেণ্টাষ্টিক ভয়েজ’ চলচ্চিত্ৰখনৰ মুক্তিৰ পিছত তেওঁৰ কেৰিয়াৰৰ উৰ্দ্ধমুখী যাত্ৰা আৰম্ভ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক