--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এক ভাবিব নোৱাৰা ঘটনা। এটি দুবছৰীয়া শিশুক এটা জলহস্তীয়ে গিলি থোৱাৰ পিছতে শিশুটি পুনৰ জীৱন্তে উদ্ধাৰ হৈছে।  ঘটনাটো ঘটিছে আফ্ৰিকাত। জলহস্তীৰ আক্ৰমণৰ ফলত প্ৰতি বছৰে আফ্ৰিকাত বহু  লোকৰ মৃত্যু ঘটি আহিছে।  উগাণ্ডাত এটি  ২ বছৰীয়া শিশুক জলহস্তীয়ে  গিলি পেলায়।

 কিন্তু এই দৃশ্য দেখাৰ পিছতে সেই স্থানত উপস্থিত থকা লোকসকলে  জলহস্তীটোক আক্ৰমণ কৰা আৰম্ভ কৰে। লগে লগে জলস্তীটোৱে উগাৰ মাৰি বমি কৰি দিয়ে আৰু  শিশুটো  জীৱন্ত অৱস্থাত পুনৰ বাহিৰলৈ  ওলাই আহে।  উগাণ্ডাৰ এডৱাৰ্ড হ্ৰদত সংঘটিত এই ঘটনা এতিয়া বিশ্বজুৰি  বিয়পি আছে।উগাণ্ডাৰ এডৱাৰ্ড হ্ৰদ জলহস্তীৰ বাবে বিখ্যাত।  

সেই হ্ৰদলৈকেই পৰিয়ালৰ লোকৰ সৈতে ফুৰিবলৈ গৈছিল দুবছৰীয়া শিশুটিয়ে। পানী যুঁৱলীত খেলি থাকোতেই  জলহস্তীয়ে শিশুটিক আক্ৰমণ কৰে আৰু গিলি থয়। এই ঘটনা দেখাৰ পিছতে উপস্থিত লোকসকলে জলহস্তীটোক আক্ৰমণ কৰিবলৈ ধৰে। 

ফলত  জলহস্তীটোৱে বমি কৰি শিশুটিক বাহিৰলৈ উলিয়াই দিয়ে। গুৰুতৰ ভাবে আহত শিশুটিক লগে লগে চিকিৎসাৰ  ব্যৱস্থা কৰা হয়। ফলত প্ৰাণৰক্ষা পৰে শিশুটিৰ। মৃত্যুৰ দুৱাৰদলিৰ পৰা এনেদৰে শিশুটি বাচি অহাত সকলোৱে নেদেখাজনক ধন্যবাদ জ্ঞাপন কৰিছে। ইয়াকে কয় ৰাখে হৰি মাৰে কোনে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’