--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ বছৰ আগৰ এটা গোচৰ৷ লোকচক্ষুৰ সন্মুখতে মিকা সিঙে অভিনেত্ৰী ৰাখী সাৱন্তক জোৰ কৰি চুম্বন কৰিছিল৷ ফলত আদালতত বিষয়টোকলৈ গোচৰ চলি আছিল৷ সুদীৰ্ঘ ১৭ বছৰৰ পাছত ৰাখী সাৱন্তৰ যেন  গায়ক মিকা সিঙৰ ওপৰত  খং কমিছে। 

সেয়ে ২০০৬  চনত ৰাখীয়ে  বলপূৰ্বক চুম্বন কৰাৰ অপৰাধত মিকাৰ বিৰুদ্ধে তৰা  গোচৰটো প্ৰত্যাহাৰ কৰিছে৷ বৰ অনুসৰি ৰাখী আৰু মিকাই গোচৰটো সমিলমিলেৰে নিষ্পত্তি কৰিছে। জানিব পৰা মতে বৃহস্পতিবাৰে ৰাখীয়ে মিকাৰ বিৰুদ্ধে থকা গোচৰটো প্ৰত্যাহাৰ কৰে।

 ন্যায়াধীশ এ এছ গাডকাৰী আৰু এছ জি ডিজেৰ এখন  খণ্ড বিচাৰপীঠে ৰাখীৰ আবেদন বিবেচনা কৰাৰ পিছত গোচৰটো খাৰিজ কৰে৷  শপতনামাত ৰাখীয়ে লিখিছে, "আমি সমগ্ৰ ঘটনাটো  বন্ধুত্বপূৰ্ণ ভাৱে সমাধান কৰিছো। আমি দুয়োৱে  বুজি পাইছো  যে সেয়া  এটা সম্পূৰ্ণ ভুল বুজাবুজি আছিল। যি কথাই  বিষয়টোক অধিক জটিল কৰি তুলিছিল। "

২০০৬ চনত মিকাৰ জন্মদিনত মিকাৰ বিৰুদ্ধে মুম্বাইৰ নাইট ক্লাবত ৰাখীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছিল। মিকাই ৰাখীক বলপূৰ্বক চুম্বন কৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ