--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ এজন বহুচৰ্চিত অভিনেতা ৰণবীৰ কাপুৰ,এইবাৰ অভিনয়েৰে নহয় বৰঞ্চ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দিয়া ফটোৰ জৰিয়তেহে চৰ্চা লাভ কৰিছে৷পূৰ্ব অভিনেত্ৰী চোনী ৰাজদানে তেওঁৰ প্ৰয়াত পিতৃ নৰেন্দ্ৰ নাথ ৰাজদানক স্মৰণ কৰি এটা দীঘলীয়া পোষ্ট লিখিছিল। শনিবাৰে ইনষ্টাগ্ৰামত চোনীয়ে বছৰ বছৰ ধৰি পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ লোকসকলৰ সৈতে পিতৃৰ আভাস দিয়া এটা ভিডিঅ’ শ্বেয়াৰ কৰে। ভিডিঅ’টোত অনুৰাগীসকলক কেইটামান পাৰ্টীৰ কেইবাটাও দৃশ্যৰ আভাস দিয়া হৈছিল।

ক্লিপটোত ৰণবীৰ কাপুৰক তেওঁৰ পত্নী অভিনেতা আলিয়া ভাটৰ ককাক আৰু ভগ্নী শ্বাহীন ভাটৰ সৈতে এখন টেবুলৰ চাৰিওফালে থিয় হৈ থকা দেখা গৈছে। নৰেন্দ্ৰ নাথৰ বাবে এটা সুন্দৰ কেক সজাই টেবুলত ৰখা হৈছিল। ৰণবীৰ কাপুৰে নৰেন্দ্ৰ নাথৰ পিছফালে থিয় হৈ কেকটোলৈ চাই থকা পৰিলক্ষিত হৈছে৷

আন এটা অংশত ৰণবীৰে কেমেৰাৰ বাবে হাঁহি এটা মাৰি ৱাইনৰ গিলাচ লৈ চোফা এখনত বহি থা দেখা গৈছে৷ এফালে শহুৰেক মহেশ ভাট বহি থকাৰ সময়তে আনফালে বহি নৰেন্দ্ৰ নাথে পানীয়ৰ চুমুক এটা মৰা পৰিলক্ষিত হৈছে। ভিডিঅ’টোত নৰেন্দ্ৰ নাথৰ যৌৱনৰ পৰা কেইবছৰমান আগলৈকে কেইবাখনো অদৃশ্য ছবিও সন্নিবিষ্ট কৰা হৈছিল যিসমূহ ছবি পূৰ্বে লোকচক্ষুৰ পৰা নিলগত আছিল৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে