--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ মুক্তি পোৱা ছবি ‘জাৰা হাটকে জাৰা বচকে’ৰ বাবে এইকেইদিন লাইমলাইটত আছে বলীউডৰ অভিনেতা বিকি কৌশল। ছাৰা আলী খানৰ লগতে এই ছবিখনৰ বাবে বিকিয়ে প্ৰচাৰ অব্যাহত আছে। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে পত্নী কেটৰিনা কাইফক লৈ এটা ডাঙৰ কথা প্ৰকাশ কৰিছে। তেওঁ কৈছে যে এবাৰ কেটৰিনাই মোক আপ্লুত কৰিবলৈ পঞ্জাবী গান এটা শিকিছে৷


বিকি কৌশলে পিংকভিলাৰ লগত হোৱা সাক্ষাৎকাৰত কৈছিল যে "কেটৰিনাই মোক আপ্লুত কৰিবলৈ পঞ্জাবী গান এটা শিকিছে। কিন্তু সেই সময়ত এই ভাষাটো বুজি পোৱা নাছিল, গতিকে গম পোৱা নাছিল যে কেটৰিনাই শিকি থকা গীতটো ৰোমান্টিক গীত নহয় বৰঞ্চ হিংসাৰ গীতহে।"

  
উল্লেখযোগ্য যে বিকি কৌশল আৰু কেটৰিনা কাইফে ২০২১ চনৰ ৯ ডিচেম্বৰত ৰাজস্থানৰ ছাৱাই মাধোপুৰৰ ছিক্স চেন্স ৰিজৰ্টত বিবাহ পাশত আবদ্ধ হৈছিল। কেটৰিনা আৰু বিকিৰ বিশেষ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যই দুয়োৰে এই ৰাজকীয় বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে