--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফ্ৰান্সত  মৌলবাদীয়ে হত্যা কৰিছিল শিক্ষক চেমুৱেল পিৰ নামৰ এজন শিক্ষকক। সেই স্মৃতি যেন পুনৰ ঘূৰি আহিছে। ফ্ৰান্সৰ এখন  বিদ্যালয়ত সংঘটিত হৈছে আন এটা জেহাদী আক্ৰমণ। এই ঘটনাত এজন শিক্ষকক ছুৰীকাঘাত কৰি হত্যা কৰা হৈছে । আক্ৰমণৰ ঘটনাটোত কেইবাজনো লোক আহত হোৱাৰ খবৰ আহিছে। 

বিবিচিৰ মতে, শুকুৰবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১১ বজাত উত্তৰ ফ্ৰান্সৰ আৰাছ অঞ্চলৰ এখন বিদ্যালয়ত এই ঘটনা সংঘটিত হয়। দুৰ্বৃত্তই  'আল্লা হু আকবৰ' বুলি চিঞৰি বিদ্যালয়ত প্ৰৱেশ কৰে আৰু  এজন শিক্ষকক হত্যা কৰে। আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰিছে। 

(এয়া এটা ব্ৰেকিং নিউজ। সবিশেষ খবৰৰ বাবে অপেক্ষা কৰা হৈছে। পৰ্যাপ্ত তথ্য লাভ কৰাৰ পিছতে এই খবৰটো পাঠকৰ বাবে আপডেট কৰা হ’ব।)




   

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত