--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ কেৱল দৌৰিছিল আৰু  দৌৰিছিল৷  ৰ’বলৈ তেওঁৰ সময় নাছিল৷ এনেদৰে  ২৩ দিন ধৰি দৌৰি থাকি অৱশেষত তেওঁ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে৷ আমেৰিকাৰ  ফ্লৰিডাৰ এগৰাকী  মহিলাই ২৩ দিনৰ ভিতৰত  আল্ট্ৰা মাৰাথন ৰাণ সম্পূৰ্ণ কৰিছে৷ 

এনেদৰে ২৩ দিন ধৰি দৌৰি  তেওঁ নতুন গীনিজ  ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হয়। ৪১ বছৰীয়া মেগান কেচিডিয়ে ১৭  ডিচেম্বৰৰ পৰা ৮ জানুৱাৰীলৈ প্ৰতিদিনে ৩১.১ মাইল সম্পূৰ্ণ কৰাৰ সময়ত আল্ট্ৰা মাৰাথন সম্পূৰ্ণ কৰাৰ বাবে একেৰাহে সৰ্বাধিক দিনৰ বাবে দৌৰি অভিলেখ গঢ়িছে। গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে  "আল্ট্ৰা মাৰাথনত   (মহিলা) দৌৰাৰ আটাইতকৈবেছি দিনৰ  অভিলেখ এয়াই৷  "
 

মেগানে এই সাফল্যৰ বাবে নিষ্ঠাৰে প্ৰস্তুতি চলাইছিল আৰু তেওঁ তেওঁৰ সহকৰ্মী আৰু সহ খেলুৱৈসকলৰ  সমৰ্থনৰ বাবে অতি কৃতজ্ঞ বুলি প্ৰকাশ কৰিছে।" কেচিডিয়ে সংবাদমাধ্যমক কয় , " প্ৰথম কেইদিনমানত পৰ্যাপ্ত কেলৰি খোৱাটো মোৰ বাবে কঠিন আছিল। আমাৰ মগজুৱে আপোনাক এনে কৰাত বাধা দিবলৈ চেষ্টা কৰে, সেয়েহে  ভোক নলগা হৈ পৰে।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক