--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি উদ্‌ঘাটন কৰা হ’ল বহু প্ৰতীক্ষিত ৰাম মন্দিৰ৷উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰত অনুষ্ঠিত ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানৰ অন্তত সোমবাৰে ১১ দিনীয়া উপবাস ভংগ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

গোবিন্দ দেৱ গিৰি মহাৰাজে প্ৰধানমন্ত্ৰীক ‘চৰণামৃত’  খুৱাই দিয়াৰ পাছত তেওঁ ব্ৰত ভংগ কৰে৷প্ৰধানমন্ত্ৰী মোদীয়ে ১২ জানুৱাৰীত ঘোষণা কৰিছিল যে অযোধ্যাত ৰাম লল্লাৰ অভিষেক অনুষ্ঠানলৈকে ১১ দিনীয়া বিশেষ অনুষ্ঠান আৰম্ভ কৰিব। নিজৰ অফিচিয়েল ইউটিউব চেনেলত প্ৰকাশ কৰা এক অডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে৷প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে- "ৰাম মন্দিৰৰ 'প্ৰাণ প্ৰতিষ্ঠা'ৰ বাবে মাত্ৰ ১১ দিন বাকী আছে। অভিষেকৰ সময়ত ভাৰতবাসীক প্ৰতিনিধিত্ব কৰিবলৈ ভগৱানে মোক সৃষ্টি কৰিছে। এই কথা মনত ৰাখি আজিৰ পৰা ১১ দিনৰ বাবে এক বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ।" 

উল্লেখ্য যে আজি প্ৰধানমন্ত্ৰী মোদীয়ে ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠান কৰাৰ পাছতে ৰাম লল্লাৰ মুখ উন্মোচিত হয়। ৰাম মন্দিৰৰ গৰ্ভগৃহত উপস্থিত হোৱাৰ পাছতে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ সৈতে প্ৰধানমন্ত্ৰীয়ে অভিষেক অনুষ্ঠান আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক