--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী তেওঁৰ পত্নী নীতা আম্বানী আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে অযোধ্যাত ৰাম লালাৰ প্ৰাণ সঞ্চাৰ অনুষ্ঠানত উপস্থিত থাকে ।  তেওঁলোকক অতি সুখী দেখা গৈছিল৷ মুকেশ আম্বানী কয়  "ভগৱান ৰাম আহিছে আৰু ২২ জানুৱাৰীত সমগ্ৰ দেশতে ৰাম দেৱালী উদযাপন কৰা হ'ব।"

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে আজি ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী উপলক্ষে সমগ্ৰ দেশত থকা কোম্পানীটোৰ  সকলো কাৰ্যালয়ত বন্ধ ঘোষণা কৰিছিল। কোম্পানীটোৱে ইয়াৰ জিঅ'ৰ জডড়িয়তে  প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ বাবে লাইভ ষ্ট্ৰীমিঙৰো ব্যৱস্থা কৰে৷

 কেৱল সেয়াই নহয়, ই ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে ৰিলায়েন্স ৰিটেইলৰ সকলো খুচুৰা দোকানত সকলো দৰ্শনাৰ্থীক বিনামূলীয়াকৈ   চাকিও বিতৰণ কৰিছে।আম্বানীয়ে লগতে কয় যে প্ৰতি বছৰে ২২ জানুৱাৰীত দেশত পালন কৰা হ’ব ৰাম দেৱালী৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক