--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত উপস্থিত নাথাকে শাৰদ পাৱাৰ৷ এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে অহা ২২ জানুৱাৰীত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত নাথাকিব আৰু উদ্বোধনী অনুষ্ঠানৰ পাছত মন্দিৰ ভ্ৰমণ কৰিব বুলি জনাইছে।

ৰাম জন্মভূমি তীৰ্থৰ সাধাৰণ সম্পাদক চম্পট ৰায়লৈ লিখা এখন পত্ৰত পাৱাৰে কয় যে, ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সম্পূৰ্ণ হোৱাৰ পাছত মই মুক্তভাৱে সময় উলিয়াই দৰ্শনৰ বাবে আহিম আৰু তেতিয়ালৈকে ৰাম মন্দিৰ নিৰ্মাণৰ কামো হ’ব সম্পূৰ্ণ হ'ব।

ইয়াৰ পূৰ্বে পাৱাৰে বিজেপিক এই অনুষ্ঠানৰ নিমন্ত্ৰণ নোপোৱাৰ বাবে আক্ৰমণ কৰিছিল। পাৱাৰে কয় যে দলটোৱে বিষয়টো ধৰ্মীয় নে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিছে সেয়া বুজিবলৈ টান।

পাৱাৰে কয় যে- ‘নাজানো যে বিজেপিয়ে এই বিষয়টো ৰাজনৈতিক নে বাণিজ্যিক উদ্দেশ্যত ব্যৱহাৰ কৰিছে। আমি সুখী যে মন্দিৰটো আহি আছে যাৰ বাবে বহুতে অৱদান আগবঢ়াইছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ