--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'পুষ্পা টু’ৰ দাবীত ৰাজপথত মিচিল উলিয়ালে চিনেমাখনৰ অনুৰাগীসকল। ভিন্ন ঠাইত দেখিবলৈ পোৱা এই আজৱ সমদলসমূহত এটাই দাবী উঠিছে যে পুষ্পা-টুৰ কেতিয়া দৰ্শকে চাবলৈ পাব? আল্লু অৰ্জুনক আকৌ কেতিয়ালৈ পুষ্পাৰ ৰূপত দেখা পোৱা যাব?

সমদলৰ সমগ্ৰ দৃশ্যসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পুষ্পা চিনেমাখনৰ নিৰ্মাতাসকলো হতবাক হৈ পৰিছে।

উল্লেখ্য যে যোৱা বৰ্ষত আল্লু অৰ্জুন অভিনীত পুষ্পা ছৱিখনে আলোড়ণৰ সৃষ্টি কৰিছিল। দেশজুৰি অনুৰাগীসকলে পষ্পাৰ সংলাপ গাইছিল- 'পুষ্পা ৰাজ ঝুঁকেগা নেহী!’’ পুষ্পাৰ নৃত্যশৈলীসমূহেও ধুমুহাৰ সৃষ্টি কৰিছিল।

পুষ্পাৰ অনুৰাগীসকলে সেয়ে আশা কৰিছে যে চিনেমাখনৰ দ্বিতীয় ভাগো সোনকালেই মুক্তি দিব লাগে। জানিব পৰামতে, শীঘ্ৰেই পুষ্পা-২ৰ কামত ব্যস্ত হৈ পৰিব চিনেমাখনৰ দলটো।

পুষ্পা-২ত কিছু সলনা-সলনি ঘটোৱা হ’ব বুলিও জানিব পৰা গৈছে। পৰিচালক সুকুমাৰে জনাইছে যে পু্ষ্পাক যিধৰণে দেশবাসীয়ে আদৰি লৈছিল, সেইদৰে ইয়াৰ চিকুৱেলকো আদৰি ল’ব বুলি তেওঁ বিশ্বাসী। আনহাতে, ছৱিৰ নায়ক আল্লু অৰ্জুনৰ লুক লৈও নতুন চিন্তা কৰা হৈছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক