--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকেশ আম্বানী এই মুহূৰ্তত ভাৰতৰ আটাইতকৈ ধনী আৰু প্ৰভাৱশালী ব্যক্তি। ভাৰতত বহু জনপ্ৰিয় বলীউড তাৰকা অভিনেতা-অভিনেত্ৰীতকৈয়ো প্ৰভাৱশালী মুকেশ আম্বানী । সমগ্ৰ বিশ্বতে নাম ৰৈ বৈ যোৱা এটা নাম মুকেশ আম্বানী। সম্প্ৰতি, দেশৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ ভিতৰতো অন্যতম হিচাপে দৃষ্টি কাঢ়িুছে তেওঁ। মুকেশ আম্বানীয়ে তেওঁৰ পৰিয়ালৰ সৈতে যিটো বাসগৃহত থাকে সেইটো এটা বিলাসী বাংলোতকৈ কম নহয়। মুকেশৰ আম্বানীৰ ঘৰটোৰ নাম এণ্টিলিয়া আৰু ই ভাৰতৰ আটাইতকৈ বিলাসী ঘৰবোৰৰ ভিতৰত অন্যতম এটা। বৰ্তমান মুকেশ আম্বানীৰ এই বাংলোটো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ভাৰতৰে এনে এগৰাকী তাৰকা আছে যিয়ে মুকেশ আম্বানীৰ বিলাস বহুল ঘৰটোক দিছে টক্কৰ। এইগৰাকী দক্ষিণৰ ছুপাৰষ্টাৰৰ নাম ৰাম চৰণ। তেওঁৰ ঘৰৰ সন্মুখত কিন্তু মুকেশ আম্বানীৰ ইটালিয়াই পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। ৰামচৰণৰ এই ঘৰটো মুকেশ আম্বানীৰ ঘৰটোতকৈ অধিক আকৰ্ষণীয় আৰু বিলাসবহুল কিয়? মুকেশ আম্বানী বৰ্তমান ভাৰতৰ আটাইতকৈ বিলাসী আৰু ব্যয়বহুল বাংলোত বাস কৰে। কিন্তু মুকেশৰ ঘৰটোৱে ভাৰতৰ একমাত্ৰ বিলাসবহুল বাংলো নহয়। মুকেশ আম্বানীৰ বাংলোতকৈ ভাৰতৰ আৰু এটা বিলাসবহুল বাংলো আছে। এই ঘৰটো আন কাৰো নহয়। দক্ষিণৰ এজন ছুপাৰষ্টাৰে মুকেশৰ বাংলোক দিছে টক্কৰ। ছুপাৰষ্টাৰ ৰাম চৰণ আৰু তেওঁৰ এই ঘৰটোৰ বাবে সম্প্ৰতি সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তেওঁ। ৰামচৰণৰ ঘৰৰ গেৰেজত কোটি কোটি টকাৰ কেইবাখনো গাড়ী আছে। ইয়াৰ ভিতৰত আটাইতকৈ ব্যয়বহুল বাহনখনে হৈছে মাৰ্চিডিজ-বেঞ্জ। ৰামচৰণৰ এই বাংলোৰ বিষয়ে এতিয়া জানিব বিচাৰিছে একাংশই। হায়দৰাবাদত ২৫,০০০ বৰ্গফুট এলেকা আৱৰি আছে ৰামচৰণৰ এই বাংলো। ইয়াৰোপৰি বাংলোত আছে নানা ব্যয়বহুল সামগ্ৰী। ৰামচৰণৰ এই বাংলোত হেলিকপ্টাৰ পাৰ্কিঙৰো আছে সু-ব্যৱস্থা। হেলিকপ্টাৰৰ বাবে পৃথক ঠাই আছে ৰামচৰণৰ। কিন্তু মুকেশ আম্বানীৰ বাংলোত হেলিকপ্টাৰৰ বাবে নাই সুকীয়া ব্যৱস্থা। এনে ধৰণৰ পাৰ্থক্যই মুকেশ আম্বানীৰ বাংলোতকৈ ৰামচৰণৰ বাংলোক অধিক আকৰ্ষণীয় ৰূপত তুলি ধৰিছে। PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু