--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা সপ্তাহত ভ্ৰমণ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰ। এই সময়ছোৱাত আমেৰিকাৰ পৰা ৩১খন প্ৰিডেটৰ ড্ৰ’ন ক্ৰয়ৰ চুক্তি চূড়ান্ত কৰা হয়।শেহতীয়াকৈ কংগ্ৰেছে এই চুক্তিক ৰাফেলতকৈও ডাঙৰ কেলেংকাৰি বুলি অভিহিত কৰিছে।

কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই সংবাদমেলত কয় – আমি ৩.০৭২ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ২৫ হাজাৰ ২০০ কোটি টকাত ৩১খন প্ৰিডেটৰ ড্ৰোন ক্ৰয় কৰিছো। অৰ্থাৎ আমি ৮১২ কোটি টকাত প্ৰতিখন ড্ৰোন ক্ৰয় কৰিছো, আনহাতে ডি আৰ ডি অ’ই এই ড্ৰ’নখন ১০ৰ পৰা ২০ শতাংশ খৰচত নিৰ্মাণ কৰিব পাৰে। কংগ্ৰেছৰ এই অভিযোগৰ পিছতে জ্যেষ্ঠ সাংবাদিক হৰ্ষবৰ্ধন ত্ৰিপাঠীয়ে টুইট কৰি উত্তৰ দিছে।

উল্লেখযোগ্য যে ভাৰতে আমেৰিকাৰ কোম্পানী জেনেৰেল এটমিকছৰ পৰা মুঠ ৩১ খন ড্ৰোন (১৬ টা স্কাই গাৰ্ডিয়ান আৰু ১৫ খন ছি গাৰ্ডিয়ান ড্ৰোন) ক্ৰয় কৰিব। এইসমূহ জেনেৰেল এটমিকছৰ দ্বাৰা তৈয়াৰ কৰা হয়।তদুপৰি জুলাইৰ পৰা ড্ৰ’নৰ বিষয়ক বৈঠক আৰম্ভ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ