--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেন্টাগনৰ গোপনীয় তথ্য ফাদিল হৈছে। এই অভিযোগত ইতিমেধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আমেৰিকাৰ এয়াৰ নেচনেল গাৰ্ডৰ এজন ২১ বছৰীয়া যুৱক জেক টেইচেইৰা। জেকৰ বিৰুদ্ধে অনলাইন গেম চেটৰুমত গোপনীয় ফাইল শ্বেয়াৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

যুৱকজনে ফাদিল কৰা চোৰাংচোৱাৰ প্ৰতিবেদনত ইউক্ৰেইনৰ যুদ্ধ আৰু মিত্ৰশক্তিৰ ওপৰত আমেৰিকাৰ চোৰাংচোৱাগিৰিৰ গোপনীয় তথ্য আছিল। টেইচেইৰাক মেছাচুচেটছৰ বাসগৃহৰ পৰা এফ বি আইএ গ্ৰেপ্তাৰ কৰে। সংবাদ সংস্থা ৰয়টাৰৰ বাতৰি মতে শুকুৰবাৰে যুৱকজনক আদালতত হাজিৰ হোৱাৰ সম্ভাৱনা আছে।

যুৱকজন মেছাচুচেটছ এয়াৰ নেচনেল গাৰ্ডৰ চোৰাংচোৱা ইউনিটৰ সদস্য। চিবিএছ নিউজৰ মতে, ২০১৯ চনত তেওঁ এই সেৱাত যোগদান কৰে। তেওঁৰ অফিচিয়েল উপাধি হৈছে চাইবাৰ ট্ৰেন্সপ’ৰ্ট চিষ্টেম জাৰ্নিমেন আৰু তেওঁ এজন কনিষ্ঠ পৰ্যায়ৰ বিষয়া।

ইফালে এক সুকীয়া সংবাদমেলত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল পেট ৰাইডাৰে কয় যে পেন্টাগনৰ নথি-পত্ৰ ফাদিল হোৱাটো “ইচ্ছাকৃত অপৰাধমূলক কাৰ্য”।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস