--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক আজৱ বৃত্তিৰে কোটিপতিত হৈছে এগৰাকী যুৱতী।  মডেলিঙক জীৱিকা হিচাপে লোৱা এই যুৱতীগৰাকীৰ নাম হৈছে ৰেবেকা ব্লু। । কিন্তু ৰেবেকাই মডেলিং জগতত ভৰি দি বৰ বিশেষ পাৰদৰ্শিতা দেখুওৱাব নোৱাৰিলে। 

 সৌন্দৰ্যই সামাজিক মাধ্যমৰ বিভিন্ন ছাইটত যথেষ্ট জনপ্ৰিয়তা লাভ কৰে। আমেৰিকাৰ নৰ্থ কে’ৰলিনাৰ বাসিন্দা ২৮ বছৰীয়া  ৰেবেকাৰ সামাজিক মাধ্যমত বহু অনুৰাগী আছে। সৌন্দৰ্যৱতী ৰেবেকাক এবাৰ কাষৰ পৰা পাবলৈ তেওঁ অনুৰাগীসকল অতি ব্যাকুল হৈ থাকে।

ৰেবেকাই অনুৰাগীসকলৰ সেই ব্যাকুলতাকে অতি চতুৰালিৰে ব্যৱসায়িক মূলধনলৈ পৰিৱৰ্তিত কৰিছে। তেওঁক পাবলৈ ব্যাকুল অনুৰাগীসকলক নিজৰ দেহৰ ঘাম, উফি, নখ আনকি থু আদি বিক্ৰী কৰিবলৈ ধৰে মডেলগৰাকীয়ে।

প্ৰথমে ভৰিৰ নখ আৰু থু বিক্ৰী কৰিছিল। দেখিলে যে অনুৰাগীসকলৰ মাজত তেওঁৰ ভৰিৰ নখ আৰু থুইৰ চাহিদা বৃদ্ধি পাইছে। ইয়াৰ পাছত  চুলিৰ উফি, ঘাম, আনকি মূৰৰ বগা চুলিও বিক্ৰী কৰিবলৈ ধৰিলে।

এইবোৰৰ চাহিদা ব্যাপকৰূপত বৃদ্ধি পোৱাৰ ফলতে ৰেবেকাই অতি কম দিনৰ ভিতৰতে কোটিপতি পৰিণত হৈ যায়। তাৰপাছৰ পৰাই তেওঁক লৈ চৰ্চা আৰম্ভ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস