--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনচিনাটিত উদ্ধাৰ হয় এগৰাকী ভাৰতীয় ছাত্ৰৰ মৃতদেহ। নিহত ছাত্ৰগৰাকীক শ্ৰেয়ছ ৰেড্ডী বেনিগাৰ বুলি চিনাক্ত কৰা হৈছে। বৃ্হস্পতিবাৰে উদ্ধাৰ হৈছিল ছাত্ৰজনৰ মৃতদেহটো। ছাত্ৰজনৰ বয়স ১৯ বছৰ।

অহাইঅ’ৰ লিণ্ডাৰ স্কুল অৱ বিজনেছৰ ছাত্ৰ আছিল শ্ৰেয়ছ ৰেড্ডী বেনিগাৰ। মৃত ছাত্ৰগৰাকীৰ পিতৃ-মাতৃ হায়দৰাবাদত বাস কৰে বুলি জানিব পৰা গৈছে।

ছাত্ৰগৰাকীৰ মৃত্যুৰ আঁৰত কোনো ধৰণৰ অপৰাধৰ সম্ভাৱনা নুই কৰিছে কৰ্তৃপক্ষই। নিউয়ৰ্কস্থিত ইণ্ডিয়ান মিছনে ছাত্ৰগৰাকীৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

ছাত্ৰজনৰ মৃত্যুত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে বিগত এসপ্তাহৰ ভিতৰত আমেৰিকাত ভাৰতীয় ছাত্ৰৰ এয়া তৃতীয়টো মৃত্যুৰ ঘটনা।

এই কথাই এতিয়া চিন্তিত কৰি তুলিছে অভিভাৱসকলক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক