--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণৰ ঘটনা সংঘটি হৈছে। এইবাৰ হিউষ্টন চহৰৰ এটা ঘৰত প্ৰৱেশ কৰি পৰিয়ালটোৰ পাঁচোজন লোকক গুলীয়াই হত্যা কৰে চুবুৰীৰে এজন লোকে। ইয়াৰ ভিতৰত আছে এটি ৮ বছৰীয়া শিশু। অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে।

ঘৰটোৰ সন্মুখৰ পৰা তেওঁ অবিৰতভাৱে বন্দুকেৰে গুলীবৰ্ষণ কৰিছিল। তাকে লৈ ঘৰটোৰ পৰিয়ালটোৱে আপত্তি কৰিলে। ইয়াৰ পিছতে খঙত তেওঁ সেই ঘৰটোত সোমাই যায়। তাৰ পিছত নিৰ্বিচাৰে গুলীয়াই পাঁচজন লোকক হত্যা কৰে।

আৰক্ষীয়ে এতিয়াও অভিযুক্ত ৩৮ বছৰীয়া ফ্ৰান্সিস্কো অৰোপেজাক বিচাৰি আছে। স্নিফাৰ ডগ আৰু ড্ৰ’নৰ সহায়ত এই তালাচী অভিযান চলোৱা হৈছে।

উল্লেখ্য যে আমেৰিকাত বন্দুকধাৰীৰ আক্ৰমণৰ সংখ্যা দিনে দিনে যথেষ্ট বৃদ্ধি পাইছে। স্কুলৰ পৰা ধৰ্মীয় স্থানলৈকে একো বাদ দিয়া হোৱা নাই। বন্দুক সম্পৰ্কীয় আইন গৃহীত হ’লেও আক্ৰমণৰ ঘটনা বন্ধ হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক