--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত  'গদাৰ ২' ছবি খনে দেশ তথা বিদেশত খলকনি তুলিছে  সেই সময়তে  ছবিখনৰ সংলাপকলৈ  লৈ পাকিস্তানত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছে । ছবি খনৰ জড়িয়তে ছানী দেওলে মাত্ৰ এসপ্তাহত ৩০০ কোটি টকাৰ ব্যৱসায় কৰিছে।

 তেওঁৰ ৪০  বছৰীয়া কেৰিয়াৰত এয়া এক বৃহৎ সফলতা বুলি বহুতে ধাৰণা কৰিছে। কিন্তু পাকিস্তানীসকলে ছানী দেওলৰ এনে সাফল্যক মুঠেও গুৰুত্ব দিব বিচৰা নাই। ছানীয়ে পাকিস্তানক 'গদাৰ ২' ছবি খনত  সতৰ্ক কৰি দিছে। পৰ্দাত, অভিনেতাজনক কোৱা শুনা গৈছে যে পাকিস্তানৰ আধা অংশ খালী কৰি দিব। 


শেহতীয়াকৈ, এটা ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈছে।ভিডিঅ’টোত  ছানী দেওলৰ বিৰুদ্ধে বিষাক্ত মন্তব্য কৰা দেখা গৈছিল। কোনোবা এজনে  মন্তব্য কৰিছিল, "এয়া  চিনেমাখনত দেখুওৱা হৈছে, তেওঁ ইয়ালৈ আহিলে আমি  তেওঁক বুজাই দিম।" কোনোবাই কৈছে, 'ছানী দেওল পাকিস্তানলৈ আহিলে তেওঁক  হত্যা কৰা হ’ব। " অৱশ্যে একাংশ পাকিস্তানীয়ে যিয়েই নকওঁক , ছানীৰ ছবি খনে বিদেশতো বেছ সমাদৰ লাভ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপালী পর্দাত জিলিকিব ‘অসীমত যাৰ হেৰাল সীমা’; কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাসৰ চিত্ৰৰূপ
মহাৰাষ্ট্ৰত অমানৱীয় ঘটনা; পিক পেলাবলৈ মানা কৰাত এজন বৃদ্ধক নিৰ্মমভাৱে মাৰপিট অটো চালকৰ
পশ্চিমবংগত চাঞ্চল্য! এখন বিদ্যালয়ৰ পৰা ১.৪৪ কোটি টকা জব্দ
মেঘালয়ত নতুন সাপৰ প্ৰজাতি আৱিষ্কাৰ, অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ গৱেষকৰ গুৰুত্বপূৰ্ণ ভূমিকা
১২৪৮ যোদ্ধাই যুঁজিব ফুটবলৰ বিশ্বযুদ্ধত
অসমৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা; সন্মানিত জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাসো
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement