--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমলখি ভিটামিন C, এণ্টিঅক্সিডেণ্ট আৰু পুষ্টিৰে ভৰপূৰ এক আয়ুৰ্বেদিক মহৌষধ।

ডিজিটেল ডেস্ক: আমলখি এবিধ উপকাৰী ফল। আমলখিত থকা ঔষধি গুণৰ মহিমা অপাৰ৷ অসম আৰু ভাৰতবর্ষৰ সকলো অঞ্চলত এই গছ হয়৷ অঞ্চলভেদে ইয়াৰ নাম ভিন্ন ভিন্ন৷ ইয়াৰ বৈজ্ঞানিক নাম এমব্লিকা অফিছিনালিছ৷ বাৰিষা কালত ইয়াৰ ফুলৰ পৰা ফল ওলায় আৰু খৰালি কালত ফল পূৰঠ হৈ খোৱাৰ উপযোগী হয়৷


আমলখি ভিটামিন C, এণ্টিঅক্সিডেণ্ট আৰু পুষ্টিৰে ভৰপূৰ এক আয়ুৰ্বেদিক মহৌষধ। আমলখিৰ উপকাৰিতাৰ বিষয়ে জানো আহক।


১) আমলখিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে


২) চুলি আৰু ছাল স্বাস্থ্যোজ্বল কৰে


৩) হজম শক্তি উন্নত কৰে আৰু মধুমেহ নিয়ন্ত্ৰণত সহায় কৰে।


৪) ইয়াৰ নিয়মীয়া সেৱনে হৃদযন্ত্ৰ সুস্থ ৰাখে। 


৫) পিত্তদোষ নাশ কৰে আৰু শৰীৰৰ বিষ উপশম কৰে।


৬) ইয়াৰ এন্টিঅক্সিডেন্ট গুণে চুলি সৰা প্ৰতিৰোধ কৰে, চুলিৰ গুৰি মজবুত কৰে আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।


৭) আমলখিয়ে বদহজম দূৰ কৰে, কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাস কৰে আৰু পেটৰ এচিডিটি নাশ কৰাত সহায় কৰে 


৮) চকুৰ জ্যোতি বৃদ্ধিত সহায় কৰে।


৯) Liver সুস্থ ৰাখে, শৰীৰৰ বিষ উপশম কৰে আৰু তেজ পৰিষ্কাৰ কৰে।


সেৱনৰ পদ্ধতি:আমলখি কেঁচাকৈ, ৰস হিচাপে, আচাৰ বা শুকান চূৰ্ণ হিচাপে নিয়মীয়াকৈ সেৱন কৰিব পাৰি।


১০) এন্টি-অক্সিডেন্টৰ উপস্থিতিয়ে মুক্ত ৰেডিকেলৰ ক্ষতি হ্ৰাস কৰি বয়স বৃদ্ধিৰ লক্ষণ মন্থৰ কৰে।


১১) বৃক্ক ৰোগত আক্রান্ত ৰোগীয়ে ইয়াৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে প্রস্রাৱ নিঃসৰণৰ পৰিমাণ স্বাভাৱিক অৱস্থালৈ আহে৷


১২) দেহৰ শ্রীবৃদ্ধি আৰু মাংসপেশী সুস্থ সবল কৰি তোলাত আমলখিৰ উপকাৰিতা অন্যতম৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি