--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমলখি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত ভিটামিন, প্ৰটিন আদি উপাদান থাকে, যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। আমলখি খালে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়। মানুহে কিয় আমলখি সেৱন কৰিব লাগে? আৰু ই আপোনাৰ স্বাস্থ্যৰ বাবে বাবে কেনেকৈ উপকাৰ সাধন কৰে, জানি লওক..

আমলখি খোৱাৰ উপকাৰিতা

১) ৰোগ প্ৰতিৰোধী ক্ষমতাঃ আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু ভিটামিন বি থাকে, গতিকে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে। যদি আপুনিও বাৰে বাৰে অসুস্থ হৈ থাকে তেন্তে আমলখি সেৱন কৰিব পাৰে।

২) ছালৰ বাবে উপকাৰীঃ আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু এণ্টিঅক্সিডেণ্ট গুণ থাকে। যদি আপুনি ইয়াক সেৱন কৰে তেন্তে ই তেজ বিশুদ্ধ কৰাত সহায় কৰে। গতিকে যদি আপোনাৰ ব্ৰণৰ সমস্যা আছে বা আপোনাৰ ছাল শুকান হয় তেন্তে এতিয়াৰ পৰাই আমলখি সেৱন আৰম্ভ কৰাটো উচিত। এই কাম কৰিলে আপুনি বহুত লাভৱান হ'ব।

৩) ওজন কম হয়ঃ ওজন কমোৱাৰ বাবে আমলখিৰ ৰস অতি উত্তম বুলি গণ্য কৰা হয়। গতিকে যদি আপুনিও আপোনাৰ ওজন কম কৰিব বিচাৰে তেন্তে আমলখি বা আমলখিৰ ৰস সেৱন কৰিব পাৰে। 

৪) কলেষ্টেৰল নিয়ন্ত্ৰণঃ দৈনিক আমলখি সেৱন কৰিলে কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে আৰু লগতে ডায়েবেটিছৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰি। গতিকে যদি আপুনিও কলেষ্টেৰলৰ সমস্যাত অশান্তি পাইছে তেন্তে দৈনিক আমলখি সেৱন কৰিব লাগে। ইয়াৰ উপৰিও ডায়েবেটিছ ৰোগীয়েও ইয়াক সেৱন কৰিব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement