--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত আমলখি অতি উপকাৰী বুলি বিবেচিত হয়। এই সেউজীয়া ৰঙৰ ফলটোৰ সোৱাদ টেঙা। ইয়াত ভিটামিন-চি প্ৰচুৰ পৰিমাণে পোৱা যায়। চুলি সৰা ৰোধ, দৃষ্টিশক্তি আৰু ছাল পৰিষ্কাৰ কৰি ৰখাত ইয়াক অতি উপযোগী বুলি গণ্য কৰা হয়। যদিও এনেধৰণৰ ৩টা ৰোগ আছে, য'ত ৰোগীয়ে ভুলতেও খাব নালাগে। অন্যথা লাভৰ সলনি লোকচানৰ সন্মুখীন হ’ব পাৰে। সেই ৪টা ৰোগ কি কি জানো আহক।

চৰ্দি বা জ্বৰত ভুগি থকাসকলে নাখাব: আমলখিৰ প্ৰভাৱ ঠাণ্ডা, গতিকে চৰ্দি  বা জ্বৰত আক্ৰান্ত লোকে কেতিয়াও সেৱন কৰিব নালাগে। যদি আপুনি অসুস্থ হৈ থকাৰ পাছতো ইয়াক সেৱন কৰে, তেন্তে ই আপোনাৰ শৰীৰৰ উষ্ণতা আৰু অধিক হ্ৰাস কৰিব পাৰে, যাৰ বাবে আপুনি চিকিৎসালয়ত উপনীত হ’ব পাৰে।

তেজৰ চুগাৰৰ পৰিমাণ কম হোৱা ৰোগী: যিসকলে এন্টি বায়টিক ঔষধ সেৱন কৰে, তেওঁলোকে আমলখি খোৱাৰ পৰা বিৰত থাকিব লাগে। একেদৰে তেজত শৰ্কৰা কম হোৱা ৰোগীয়েও ইয়াক সেৱন কৰিব নালাগে। এনে কৰিলে আপোনাৰ স্বাস্থ্য বেয়া হ’ব পাৰে, যাৰ ফলত আপুনি গুৰুতৰভাৱে অসুস্থ হ’ব পাৰে।

বৃক্ক ৰোগীৰ বাবে ক্ষতিকাৰক: যিসকলে বৃক্কৰ ৰোগত আক্ৰান্ত, তেওঁলোকে আমলখি একেবাৰে সেৱন কৰিব নালাগে। ইয়াৰ কাৰণ হ’ল আমলা খালে শৰীৰত ছডিয়ামৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত বৃক্ক ফিল্টাৰ কৰাত অসুবিধা হয়। এনে পৰিস্থিতিত কিডনী বিকলতাও আহিব পাৰে।

অস্ত্ৰোপচাৰৰ ২ সপ্তাহ আগতে আমলখি খোৱা বন্ধ কৰক: যিসকল লোকে যিকোনো ধৰণৰ ৰোগৰ বাবে অস্ত্ৰোপচাৰ কৰিবলৈ ওলাইছে, তেওঁলোকে অস্ত্ৰোপচাৰৰ ২ সপ্তাহ আগতে আমলখি খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। তেনে নকৰিলে আপোনাৰ ৰক্তবাহী নলীবোৰ ফাটি যাব পাৰে আৰু ৰক্তক্ষৰণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক