--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ফিফা বিশ্বকাপত ভাৰতৰ হৈ পৰিবেশন কৰা নোৰাই নিজৰ প্ৰচণ্ড প্ৰদৰ্শনেৰে সকলোৰে হৃদয় জয় কৰিলে। নোৰাআ লুকৰ পৰা আৰম্ভ কৰি ড্ৰেছলৈকে বৰ্তমান চৰ্চাত। কিন্তু বিশেষ কাৰণত ট্ৰ’লৰ টাৰ্গেটলৈ আহিছে নোৰা। মঞ্চত নৃত্য প্ৰদৰ্শন কৰি থাকোঁতে তেওঁ যিদৰে হাতত জাতীয় পতাকাখন লৈ নৃত্য প্ৰদৰ্শন কৰিছিল তাক লৈ আৰম্ভ হৈছে ট্ৰলিং। হয় এতিয়া যেন  নোৰা বিপদত। জাতীয় পতাকা অসন্মান কৰাৰ অভিযোগ স্পষ্টভাৱে নোৰাৰ ওপৰত।


Nora Fatehi gets slammed for holding Indian flag 'upside down' at FIFA  Fanfest - YouTube

নোৰাৰ বিৰুদ্ধে কিয় এনে অভিযোগ ?
আচলতে নোৰাই মঞ্চত নৃত্য প্ৰদৰ্শন কৰি থাকোঁতে তলৰ পৰা জাতীয় পতাকাখন পেলাই দিয়া হৈছিল, যিখন‌মঞ্চত পৰিল, তাৰ পাছত নোৰাই পতাকাখন তুলি লৈ ওলোটাকৈ জোকাৰিবলৈ ধৰিলে। কেৱল এয়াই নহয়, কোৱা হৈছে যে তেওঁ জাতীয় পতাকা উত্তোলন কৰাৰ শৈলীও একেবাৰে শোচনীয়, যেন হাতত এখন চূৰ্ণী লৈ জোঁকাৰি আছে। যাৰ বাবেই নোৰা এতিয়া বিতৰ্কৰ মাজলৈ আহিছে। এই ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত অহাৰ লগে লগে ভাইৰেল হ’বলৈ বেছি সময় নালাগিল আৰু এতিয়া মানুহে ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰাৰ সুযোগ এৰি দিয়া নাই। অৱশ্যে আৰম্ভণিতে ভাৰতৰ প্ৰতি তেওঁৰ প্ৰেম দেখি মানুহে তেওঁক প্ৰশংসা কৰি ভাগৰি পৰা নাছিল।

কানাডাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল নোৰা। নোৰা ফাতেহী মৰক্কোৰ পৰিয়ালৰ যদিও তেওঁৰ জন্ম আৰু ডাঙৰ-দীঘল কানাডাত। তেওঁৰ পৰিয়ালে মৰক্কোৰ আচাৰ-ব্যৱহাৰ অনুসৰি সন্তান ডাঙৰ-দীঘল কৰিছিল যদিও বলীউডৰ প্ৰতি তেওঁৰ সদায় প্ৰৱণতা আছিল, সেয়েহে তেওঁ কম বয়সতে সিদ্ধান্ত লৈছিল যে তেওঁ কি কৰিব লাগিব। তেওঁ ভাৰতলৈ আহিছিল কেৱল নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ। য'ত বহু বছৰৰ সংগ্ৰামৰ অন্তত আজি নোৰা এনে এটা পৰ্যায়ত উপনীত হৈছে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক