--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ফেব্ৰুৱাৰী মাহ বুলিলে বুজা যায় প্ৰেমৰ মাহ হিচাপে। আজিৰে পৰা আৰম্ভ হৈছে প্ৰেমৰ সপ্তাহৰ৷ ৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে পালন কৰা ভেলেণ্টাইন দিৱসৰ প্ৰতিটো দিনৰে আছে বিশেষ মাদকতা৷ আজি ৰ’জ ডে’। আজিৰ এই দিনটোত সকলো প্ৰেমিক-প্ৰেমিকাই উৎসাহ, প্ৰেম আৰু আনন্দেৰে উদযাপন কৰে। গোলাপ দিৱসৰ সময়ত, ফুলবোৰ আশীৰ্বাদ আৰু ইচ্ছাৰ সৈতে বিনিময় কৰা হয়। আজিৰ দিনটোত আপুনি আপোনাৰ প্ৰেমিক আৰু প্ৰেমিকাৰ সৈতে আপোনাৰ সম্পৰ্ক কেনেদৰে অধিক অৰ্থপূৰ্ণ কৰিব পাৰে তাৰে কিছু শুভেচ্ছাৰ উদাহৰণ দিয়া হৈছে : ১. ভগৱানে আমাৰ সম্পৰ্কক পৃথিৱীৰ আটাইতকৈ মূল্যৱান গোলাপতকৈ অধিক সুন্দৰ কৰি তুলিব। শুভ গোলাপ দিৱস, মোৰ ভালপোৱা! ২. গোলাপৰ দৰে ধুনীয়া অন্তৰখনক মই যথেষ্ট ভাল পাওঁ। মোৰ ভালপোৱালৈ গোলাপ দিৱসৰ বহু শুভেচ্ছা! ৩. দিন যিমানেই পাৰ নহওক কিয়, ভালপোৱাৰ সেই সুমধুৰ অনুভূতি সদায়ে জাগ্ৰত হৈ থাকিব প্ৰতিদিনে৷ শুভ গোলাপ দিৱস, মোৰ প্ৰিয়! ৪. ফুল ছিঙি দিব নালাগে প্ৰমাণ প্ৰেমৰ, ভালপোৱাৰ এটি চিন হিচাপে গোলাপৰ পুলি দিবা, সজতনে ডাঙৰ কৰিম, কলি মেলাৰ সুন্দৰ সময়খিনি উপভোগ কৰিম৷ শুভ গোলাপ দিৱস!

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement