--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিজৰ জন্মদিনত স্বামী কৰণ সিং গ্ৰোভাৰৰ স’তে অন্তৰংগ মুহূৰ্ত পাৰ কৰিলে বিপাশা বসুৱে। সামাজিক মাধ্যমত শ্বেয়াৰ কৰা মুহূৰ্তটোৰ ফটোখনত দেখা গৈছে যে কৰণে কাপোৰ পিন্ধা নাই। বিপাশাইও নামমাত্ৰ পোছাক পিন্ধিছে। তাৰকা-দম্পতীহালে তেনেদৰেই ছাঁয়া ছৱি তুলিছে।

উল্লেখ্য যে বলিউডৰ আবেদনময়ী অভিনেত্ৰী বিপাশাই ৪৪ বছৰ সম্পূৰ্ণ কৰিলে। জন্মদিন উপলক্ষে বিভিন্ন ধৰণে আনন্দ উপভোগ কৰিছে বিপাশাই৷

দাম্পত্য জীৱনতো সুখী বিপাশা আৰু কৰণ৷ যোৱা বছৰৰ ১২ নৱেম্বৰত তেওঁলোকৰ প্ৰথম সন্তান দেৱীৰ জন্ম হয়। বিপাশাই জন্মদিনতো জীয়েকৰ সৈতে খেলি থকা এটা ভিডিঅ' পোষ্ট কৰিছে।




আনহাতে, বিপাশা আৰু কৰণে ইজনে সিজনক মৰমতে 'মংকী' বুলি মাতে। বিপাশাৰ জন্মদিনত কেকৰ স’তে থকা মমবাতিটোৰ পোহৰত জিলিকি উঠা দেখা যায় কৰণে লিখা এইষাৰী বাক্য- 'শুভ জন্মদিন মংকী প্ৰিন্সেচ'। কৰণ সিং গ্ৰোভাৰে এইদৰেই  তেওঁৰ পত্নীক অভিনন্দন জনাইছে।

কৰণে বিপাশাক লৈ কেইবাবাৰো উচ্চ প্ৰশংসা কৰি আহিছে৷ বিপাশাক অনন্যা আৰু সোণালী হৃদয়ৰ গৰাকী বুলিও তেওঁ অভিহিত কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক