--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘‘কোনেও মোক ভাল নাপায়!’’- এইদৰে দুখপ্ৰকাশ কৰিছে ৰশ্মিকা মন্দনাই।  মানুহে তাইক কিয় ভাল নাপায়, সেইয়া ভাবি আচৰিত হৈছে পুষ্পা ছৱিৰ নায়িকাই।

কিন্তু ৰশ্মিকাই কিয় এইদৰে ভাবিছে সেয়াও চিন্তা-চৰ্চা আৰম্ভ হৈছে অনুৰাগীসকলৰ মাজত৷ সম্প্ৰতি দক্ষিণৰ চিনেমাৰ উপৰিও বলিউডতো নাম কৰিছে অভিনেত্ৰীগৰাকীয়ে৷ সফলতাৰ শিখৰত উপনীত হৈছে মোহময়ী ৰশ্মিকা৷ তথাপিও কিয় ৰশ্মিকাই এই অনুভৱ কৰিছে তাক লৈ অনুৰাগীসকল ব্যস্ত হৈ পৰিছে৷

কিছুদিন আগতে ৰশ্মিকাই কৈছিল যে তেওঁ জনপ্ৰিয় কানাড়া ছৱি 'কান্তাৰা' চোৱা হোৱা নাই। নেটফ্লিক্সত কানাড়া চলচ্চিত্ৰখন মুক্তি পোৱাৰ কেইবামাহ হ'ল, কিন্তু ৰশ্মিকাই এতিয়ালৈকে ইয়াক চাব পৰা নাই।

তাৰ পিছতো ছৱিখনৰ অনুৰাগীসকলৰ মাজত ৰশ্মিকাৰ প্ৰতি বিদ্বেষ আৰম্ভ হৈছে। অভিনেত্ৰীগৰাকীৰ অহংকাৰ হৈে বুলি তেওঁলোকে কৈছে। এইসমূহৰ প্ৰত্যুত্তৰত ৰশ্মিকাই কয়- "মানুহে ভাল পায় আৰু ঘৃণা কৰে। সকলোৰে মন পূৰণ কৰিব নোৱাৰি। "

শেহতীয়াকৈ 'গুডবাই' ছৱিখনৰ পিছত তেওঁ পুনৰ বলীউডত এখন নতুন ছৱিৰ কামত ব্যস্ত আছে।  'মিছন মজনু' নামৰ এই ছবিখন অ'টিটি মঞ্চত মুক্তি দিয়া হ'ব৷ ৰশ্মিকা আৰু তেওঁৰ সহ-অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাক ছৱিখনত দেখা যাব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক