--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আঙুলি ফুটাই থকাটো বহু মানুহৰে অভ্যাস। শীতকালত হাড়ৰ জঠৰতা আঁতৰাবলৈ বহি বহি বহু মানুহে আঙুলি ফুটাই থাকে। এনে কাম কৰি বহু মানুহেই আৰাম অনুভৱ কৰে। কিন্তু আপুনি জানেনে যে তেনে কৰিলে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। আঙুলি ফুটালে কি কি অসুবিধা হয় জানো আহক।

তৰল পদাৰ্থ শেষ হৈ যায়ঃ আঙুলিৰ মাজত চাইন’ভিয়াল ফ্লুইড লিকুইড ভৰ্তি হৈ থাকে, যিটো আঙুলি ফুটাই থাকিলে শেষ হয়। এই তৰল পদাৰ্থটো আঙুলিৰ মাজত থকাটো প্ৰয়োজনীয়। চাইন’ভিয়াল ফ্লুইড নোহোৱা হ’লে আঙুলিৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে।

হাড়ত প্ৰভাৱ পৰেঃ আঙুলি ফুটালে হাড়ৰ মাজত ঘৰ্ষণ হয়। আঙুলি ফুটালে চাইন’ভিয়াল ফ্লুইড লিকুইড নোহোৱা হয় যাৰ বাবে হাড়ৰ পৰা শব্দ আহে।

আঙুলি ফুলা উঠেঃ আঙুলি ফুটালে আঙুলিবোৰ ফুলি উঠিব পাৰে। আঙুলিবোৰ বেছিকৈ ফুটালে গাঁঠিৰ টিছুৰ ক্ষতি হ’ব পাৰে। ইয়াৰ ফলত আঙুলিত বিষ হব পাৰে।

বাতবিষৰ সমস্যাঃ অত্যধিক আঙুলি ফুটালে বাতবিষৰ সমস্যা হ’ব পাৰে। এই বিপজ্জনক হাড়ৰ ৰোগ সদায় আপোনাৰ গাঁঠিৰ বিষৰ কাৰণ হ’ব পাৰে। যদি আপুনি বাতবিষৰ পৰা হাত সাৰিব বিচাৰে তেন্তে আঙুলি ফুটোৱা বন্ধ কৰিব লাগে।

বিষৰ সমস্যাঃ আঙুলি ফুটালে আঙুলিবোৰ দুৰ্বল হ’ব পাৰে। ক্ৰেকলিঙৰ বাবে আঙুলিৰ হাড় দুৰ্বল হৈ পৰিব পাৰে। যদি আপুনি ভৰিৰ আঙুলিও ফুটায় তেন্তে ভৰিৰ বিষো হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক