--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাঁচীৰ ৰাজপথত মহেন্দ্ৰ সিং ধোনী। হয়তো বাট হেৰুৱাইছিল। সেই উপলক্ষে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীক পাই উৎফুল্লিত হৈ পৰে ক্ৰিকেটপ্ৰেমীসকল।

ৰাস্তাৰ কাষৰ দোকান এখনত এখন ক’লা ৰঙৰ গাড়ী ৰৈ গ’ল। চালকৰ আসনত বহি থকা মানুহজনে স্থানীয় লোকৰ পৰা এটা ঠিকনা বিচাৰিছে। বিহাৰৰ স্থানীয় ভাষাত ঠিকনা বিচৰা মানুহজন আন কোনো নহয়। তেওঁ হৈছে মহেন্দ্ৰ সিং ধোনী।

ধূসৰ জিন্স আৰু বগা টি-চাৰ্ট পিন্ধা ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীক হঠাতে এনেদৰে সন্মুখত থকা দেখি স্থানীয় ৰাইজ অলপ আচৰিত হৈ পৰিল। তেওঁলোকে ধোনীক ঠিকনাটো ক’লে। স্থানীয় লোকসকলৰ চেল্ফীৰ অনুৰোধো হাঁহি হাঁহি পূৰণ কৰে।

ধোনিৰ এই ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ধোনীক ঠিকনা দিয়া ব্যক্তিজন আছিল মুৰাৰী যাদৱ। ছ’চিয়েল মিডিয়াত ধোনিৰ ভিডিঅ’টোৰ অধীনত তেওঁ নিজৰ পৰিচয় দি লিখিছে, “মই সেইজন ভাগ্যৱান মানুহ”।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰি এতিয়া ধোনীয়ে কেৱল আই পি এল খেলে। গতিকে এতিয়া ক্ৰিকেটৰ এংগেজমেণ্ট নাই। ব্যৱসায় আৰু অন্যান্য কামত ব্যস্ত। এনে কামৰ বাবে ধোনী ৰাঁচীৰ পৰা বহু দূৰৈৰ কোনোবা ঠাইলৈ গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক