--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট কেৰিয়াৰৰ দ্বিতীয়খন টেষ্টত ধ্ৰুৱ জুৰেলে মেচৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটা লাভ কৰে। এটা নতুন নজিৰ স্থাপন কৰে। ইমান কম টেষ্টত ভাৰতীয় উইকেটকীপাৰ-বেটছমেন কেতিয়াও মেন অৱ দ্য মেচ হোৱা নাছিল।

যোৱা সোমবাৰে ৰাঁচী টেষ্টত তেওঁ মেন অৱ দ্য মেচ আছিল। চাৰিদিন পিছত শুকুৰবাৰে জুৰেলে পিতৃ-মাতৃক এই বঁটা প্ৰদান কৰে। ভাৰতৰ ভৱিষ্যত ‘ধোনী’ই ছ’চিয়েল মিডিয়াত ক্ৰিকেটপ্ৰেমীৰ সৈতে এই ছবিখন শ্বেয়াৰ কৰে।

উইকেটৰ আঁৰত জুৰেল যিমানেই নিৰ্ভৰযোগ্য, উইকেটৰ সন্মুখত বেটেৰেও সিমানেই নিৰ্ভৰযোগ্য। ঠাণ্ডা মগজুৰে খেলে। ৰাজকোটত অভিষেক ঘটোৱাৰ পাছত ৰাঁচী টেষ্টত ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰিছিল যুৱ ক্ৰিকেটাৰগৰাকীয়ে। সুনীল গাওস্কাৰৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰে তেওঁৰ মাজত দেখিছিল ভৱিষ্যত ধোনী হোৱাৰ গুণ।

ভাৰত-ইংলেণ্ডৰ চতুৰ্থ আৰু পঞ্চম টেষ্টৰ মাজত কিছুদিন থকাৰ সময়তে ভাৰতীয় দলৰ ক্ৰিকেটাৰসকল ঘৰলৈ গৈছে। জুৰেলও ঘৰলৈ উভতি আহিল। ৰাঁচীত মেচৰ মেন অৱ দ্য মেচৰ বঁটা তেওঁ পিতৃ-মাতৃক অৰ্পণ কৰে। লগতে তেওঁৰ পিতৃ আৰু মাতৃৰ মাজত বঁটা লৈ বহি থকা ক্ৰিকেট প্ৰেমীসকলৰ সৈতে এখন ছবিও শ্বেয়াৰ কৰে। যিটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী