--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেটৰ ভৱিষ্যতৰ প্ৰতি আশাবাদী ক্ৰীছ গেইল। ৰোহিত শৰ্মা, বাবৰ আজমৰ দৰে তাৰকাৰ হাত ধৰিয়েই ক্ৰিকেট সমগ্ৰ বিশ্বতে বিয়পিব। টি-২০ বিশ্বকাপৰ পূৰ্বে ক্ৰিকেটৰ ‘ইউনিভাৰ্ছ বছ’জনে এইদৰে ভাৱ ব্যক্ত কৰে।

এইবাৰ জুন মাহত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। ৱেষ্ট ইণ্ডিজৰ লগতে আমেৰিকাতো এই খেল অনুষ্ঠিত হ’ব। তাত ভাৰত আৰু পাকিস্তানে নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ পৰ্যায়ৰ খেলখনত খেলিব। সেই মেচখনৰ আশে-পাশে আৰম্ভ হৈছিল উন্মাদনা। এখন নতুন ষ্টেডিয়াম নিৰ্মাণৰ কাম চলি আছে। গেইলে অনুভৱ কৰিছিল যে ভাৰত-পাকিস্তানৰ খেলখনে আমেৰিকাত ক্ৰিকেটৰ প্ৰচাৰত আটাইতকৈ বেছি সহায় কৰিব।

এক সাক্ষাৎকাৰত গেইলে কয়, ‘আইচিচিয়ে সমগ্ৰ বিশ্বতে ক্ৰিকেট বিয়পাব বিচাৰে। আমেৰিকাত সেয়া হ’ব৷ টি-২০ বিশ্বকাপে মহাদেশখনত ক্ৰিকেটৰ প্ৰচাৰত সহায় কৰিব। নিউয়ৰ্কত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ খেলখন। ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ মেচ। এই দুখন দেশৰ সহায়ত ক্ৰিকেট বিশ্বজুৰি আৰু অধিক বিয়পি পৰিব।"

ভবা হৈছিল যে ভাৰত-পাকিস্তানৰ মেচৰ সহায়ত সমগ্ৰ বিশ্বৰ বজাৰ দখল কৰাটো সহজ হৈ পৰিব। তেওঁ কয়, ‘ভাৰত-পাকিস্তানৰ এক বিশাল মেচ। এই মেচৰ হাতেৰে ক্ৰিকেটৰ বজাৰ বৃদ্ধি পাব। আমেৰিকা এখন ডাঙৰ বজাৰ। যদি টি-২০ বিশ্বকাপ সফল হয় তেন্তে ক্ৰিকেট লাভৱান হ’ব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী