--°C
Loading...
Listen to Article
2 min read
80%

২৪ আহিন, বুধবাৰ, ইং ২০ অক্টোবৰ ২০২১

মেষ ৰাশিঃ মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো ভ্ৰমণত শুভ। ধন ক্ষণস্থায়ী হোৱাৰ লগতে কোনো দুষ্ট লোকে বেয়া প্ৰভাৱ পেলাব পাৰে। 

বৃষ ৰাশিঃ বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভাশুভকাৰক। সৃষ্টিশীল কৰ্মই আনন্দ দিব। আৰ্থিক দিশত শক্তিশালী হোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ। 

মিঠুন ৰাশিঃ মিঠুন ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত মাদক দ্ৰব্য এৰাই চলক। পৰিয়ালৰ লোকৰ লগত সময় অতিবাহিত কৰিলে সুখলাভৰ যোগ। দূৰ ভ্ৰমণৰ পৰিকল্পনা বাতিল হ'ব পাৰে। 

কৰ্কট ৰাশিঃ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৱসৰ বিনোদনত আনন্দ লাভ কৰিব। বন্ধুৰ সহায় লাভ। শত্ৰুৰপৰা সাৱধানে চলক। 

সিংহ ৰাশিঃ সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া। গাড়ী চলোৱা সময়ত অধিক সাৱধানতা অৱলম্বন কৰক। প্ৰেমত শুভ। 

কন্যা ৰাশিঃ কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মিশ্ৰিত। প্ৰিয়জনৰ লগত অন্তৰংগ মূহুৰ্ত অতিবাহিত কৰিব। আৰ্থিকত শুভ।

তুলা ৰাশিঃ তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ কিছু মানসিক অশান্তি আহিব পাৰে। অৰ্থলাভৰ যোগ। পাৰিবাৰিক শুভ। 

বৃশ্চিক ৰাশিঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ। আৰ্থিক তথা ব্যৱসায়ত লাভালাভৰ যোগ। সামাজিক দিশতো শুভ। 

ধনু ৰাশিঃ ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মিশ্ৰিত। অৰ্থ সঞ্চয়ৰ যোগ। পাৰিবাৰিকত কিছু খেলি-মেলিৰ সৃষ্টি হ'ব পাৰে। খৰচত হাত ধৰক।

মকৰ ৰাশিঃ মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ শাৰীৰিক শুভ। অৰ্থলাভৰ যোগ। মাংগলিক কৰ্মত অংশগ্ৰহণে মানসিক শান্তি প্ৰদান কৰিব। প্ৰেমত শুভ। 

কুম্ভ ৰাশিঃ কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মিশ্ৰিত। ঘুৰা-ফুৰা কৰাৰ লগতে বন্ধুৰপৰা সাৱধান! খৰচত হাত ধৰি চলক। 

মীন ৰাশিঃ মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজি ব্যৱসায়ত ব্যস্ততা বৃদ্ধি। কৰ্মব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব। সন্ধিয়ালৈ মনৰ আশা পূৰণ হ'ব পাৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে