--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দিনটোৰ ভালদৰে শুভাৰম্ভণি কৰিবলৈ কিছু নিয়ম মানি চলাটো জৰুৰী। বাস্তু শাস্ত্ৰ অনুসৰি পুৱা শুই উঠি কিছু কাম কৰাটো শুভ লক্ষণ নহয় বুলি ধাৰণা কৰা হয়৷

বহুলোকে শুই উঠি নিজৰ চেহেৰাটো আইনাত চাবলৈ ভাল পায়। কিন্তু বাস্তু শাস্ত্ৰৰ মতে ৰাতিপুৱা শুই উঠি আইনা চালে গোটেই ৰাতিৰ ঋণাত্মক দিশসমূহ প্ৰতিফলিত হয়।

ইয়াৰ উপৰিও বহুলোকে হিংশ্ৰ জন্তুৰ ফটো নিজৰ শয়ন কক্ষত থয় তেনে ফটোও চাব নালাগে। বাস্তু শাস্ত্ৰৰ মতে ই বহুত অশুভ। লগতে ৰাতিপুৱা শুই উঠি নিজৰ বা অন্যবেলেগৰ প্ৰতিচ্ছবি চাব নালাগে।

বাস্তু শাস্ত্ৰৰ মতে শুই উঠি বাথৰূমৰ কুমুড চাব নালাগে। কাৰণ তাত ৰাহুৰ বাস থাকে।

বাস্তু শাস্ত্ৰৰ মতে শুই উঠি নিজৰ আঙুলি দৰ্শন কৰিব লাগে। কাৰণ হাতৰ আঙুলিত সৰস্বতী, লক্ষ্মী বাসস্থান হয়। শুই উঠি প্ৰথমেই নিজৰ ইষ্ট দেৱতাক নাম লৈ আঙুলিৰে চেহেৰাটো মচিব লাগে। তাৰ পাছতেই নতুন দিনৰ আৰম্ভণি কৰক। তাৰ পিছতেই পানী খাই সূৰ্য দৰ্শন কৰিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ