--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলমান যুৱকৰ স’তে বিবাহপাশত আৱদ্ধ হোৱাৰ বাবে সামাজিক মাধ্যমত তীব্ৰ ট্ৰ’লৰ মুখামুখি হৈছে অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য। কিছু সংখ্যকে তেওঁৰ হ’বলগা সন্তানৰ ধৰ্ম কি হ’ব সেই লৈও প্ৰশ্ন উত্থাপন কৰিছিল।

এই সকলোবোৰক লৈ মুখ খুলিছে দেৱলীনাই। এটা টুইটযোগে তেওঁ লিখে- “মোৰ সন্তান হিন্দু হ’ব নে মুছলিম হ’ব, সেই বিষয়ে জানিবলৈ আপোনালোক কোন? যদি শিশুৰ ওপৰত আপোনালোক ইমানেই সচেতন, তেন্তে অনাথ আশ্ৰম বহুত আছে, তালৈ যাওক। অনাথ শিশুসকলক তুলি লওক আৰু তেওঁলোকক ধৰ্ম আৰু নাম দিয়ক।”

দেৱলীনাই আৰু লিখে- “আনৰ বিষয়ে গুগলত খুঁচৰাতকৈ আপোনালোকে নিজৰ ধৰ্মৰ বিষয়ে মনোযোগ দিয়ক আৰু এজন সৎ ব্যক্তি হওক। মই নিশ্চিত যে আপোনালোকৰ নিচিনা মানুহৰ উপদেশ মোক নালাগে।”

উল্লেখ্য যে যোৱা সপ্তাহত দেৱলীনাই বয়ফ্ৰেণ্ড শ্বানৱাজ শ্বেইখৰ স’তে এখনি ফটো শ্বেয়াৰ কৰিছিল। তাত শ্বেইখনৰ স’তে বিবাহপাশত আৱদ্ধ হোৱাৰ কথা ঘোষণা কৰিছিল। সামাজিক মাধ্যমযোগে অভিনেত্ৰীগৰাকীয়ে লিখিছিল- “তেওঁতকৈ ভাল মই আৰু কাকো লগ নাপালো।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক