--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাদেৱ খ্যাত বিখ্যাত টিভি অভিনেতা মোহিত ৰাইনাই ২০২২ চনৰ ১ জানুৱাৰীত অদিতি শৰ্মাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কোনো ঢাক-ঢোল নবজোৱাকৈ অতি গোপনে অদিতিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মোহিত ৰাইনা। কিন্তু বিয়াৰ ১ বছৰ হ’বলৈ নাপাওঁতেই যেন মোহিত-অদিতিৰ সংসাৰত লাগিল কেৰোণ। 
PHOTOS: How Mohit became Mahadev! - Rediff Getahead
দুয়োৰে মাজত বিবাহ বিচ্ছেদ হ’ব বুলি এক উৰাবাতৰি বিয়পি পৰিল। এই বাতৰিক যেন সঁচা প্ৰমাণিত কৰিলে মোহিতে কৰা এক কামে। অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা বিয়াৰ সকলো ফটো ডিলিট কৰিছে। ইয়াৰ পৰা বুজিব পাৰি যে দুয়োৰে মাজত কথাবোৰ ঠিকে চলি থকা নাই। এনে উৰাবাতৰিও দীৰ্ঘদিন ধৰি উৰি আছে যে মোহিত আৰু অদিতিৰ ইতিমধ্যে বিচ্ছেদ হৈছে। 

মোহিত ৰাইনাই বিয়াৰ সকলো ফটো ডিলিট কৰা পাছত ইউজাৰ্ছসকলে কমেণ্ট ছেকচন নানা কমেণ্টৰে ভৰাই দিছে। এজন ইউজাৰে লিখিছে, ‘মই দেখিছো যে তেওঁলোকে ইনষ্টাগ্ৰামতো ইজনে সিজনক ফ’ল’ কৰা নাই আৰু তেওঁলোকৰ সকলো ফটো ডিলিট কৰি পেলাইছে।’ 
3 Glorious takeaways from Mohit Raina and Aditi Sharma's wedding décor |  PINKVILLA
উল্লেখ্য যে মোহিত ৰাইনাই নিজৰ জীৱনটো ব্যক্তিগতভাৱে ৰাখি ভাল পায়। এক সাক্ষাৎকাৰত অভিনেতাজনে কৈছিল যে তেওঁ এজন সাধাৰণ বন্ধুৰ জৰিয়তে অদিতিক লগ পাইছিল। মোহিত ৰাইনাই 'দেৱ কা দেৱ...মহাদেৱ' শীৰ্ষক টিভি ধাৰাবাহিকত মহাদেৱৰ চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ উঠিছিল। তেওঁ আজিও সকলোৰে মাজত মহাদেৱ নামেৰেই সমাদৃত। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক