--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৰ্তমান বহু লোকৰ প্ৰধান সমস্যা হৈছে ৰক্তচাপ। কিন্তু আপুনি জানি আচৰিত হ’ব যে, খাদ্যৰ বিভিন্ন উপাদানে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, উদ্বেগ  হ্ৰাস কৰে।

মচলা হৈছে এনে  এক উপাদান যি খাদ্যৰ সোৱাদ বৃদ্ধি কৰে আৰু লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আৰু উচ্চ-ছডিয়াম বা নিমখ সমৃদ্ধ খাদ্য নাখাবলৈ পৰামৰ্শ দিয়া হয়।


যদি আপুনি আহাৰৰ পৰা নিমখ বাদ দি আন সোৱাদযুক্ত খাদ্য খোৱাৰ অভ্যাস কৰিব পাৰে, স্বাস্থ্য ভালে থাকে। ই ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।

নিউয়ৰ্কৰ এজন  পুষ্টিবিদ চিডনী গ্ৰীণীয়ে এক প্ৰতিবেদনত কৈছিল, "হালধি হৈছে ৰক্তচাপ প্ৰতিৰোধী উপাদানেৰে সমৃদ্ধ এক সুস্বাদু মচলা। ৰন্ধনত ইয়াৰ ব্যৱহাৰে আন খাদ্যৰ পুষ্টিগত মূল্য বৃদ্ধি কৰে। "

মিঠা আলুৰ দৰে পুষ্টিকৰ খাদ্যত হালধি মিহলি কৰিলে পটাছিয়ামৰ স্তৰ বৃদ্ধি কৰি প্ৰাকৃতিকভাৱে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।

তেওঁ একেলগে হালধীয়া আৰু ক'লা জালুক খোৱাৰ পৰামৰ্শ দিয়ে। এনে কৰিলে  শৰীৰে  সহজেই  পুষ্টি গ্ৰহণ কৰিব পাৰে৷  
লগতে নহৰু গুৰিয়ে খাদ্যৰ সোৱাদ এক উৎকৃষ্ট উপায়েৰে বৃদ্ধি কৰে।তদুপৰি ই  ৰোগ প্ৰতিৰোধ ক্ষমতা  বৃদ্ধি কৰে৷ 

অৱশ্যে, ৰন্ধনত নহৰু গুৰি ব্যৱহাৰৰ বিষয়ে সাৱধান হোৱাৰ প্ৰয়োজন আছে। প্ৰথমতে, ব্যৱহৃত  নহৰুখিনি  গুৰি হোৱাটো নিশ্চিত কৰা প্ৰয়োজন। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী