--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাহস, শক্তি আদি বিষয়ৰ বাবে জ্যোতিষত সূৰ্য্যক প্ৰধান হিচাপে গণ্য কৰা হয়। ১৭ ছেপ্টেম্বৰত সূৰ্য্যই সিংহ ৰাশি এৰি কন্যা ৰাশিৰ ভিতৰত প্ৰৱেশ কৰিব। পুৱা ৭:১১ বজাত সূৰ্য্যই কন্যা ৰাশিলৈ গতি কৰিব । যিয়ে কিছুমান ৰাশিৰ বাবে শুভ সময় আনিব। কোনবোৰ ৰাশিয়ে ভাল সময় পাব চাওক -

বিশ্বকৰ্মা পূজাত কন্যা ৰাশিৰ প্ৰৱেশ সূৰ্য্য, এই ৪ ৰাশিয়ে কেৰিয়াৰত লাভ কৰিব অপৰিসীম সফলতা।

মেষ ৰাশি - সূৰ্য্যই মেষ ৰাশিৰ অষ্টম স্থানত প্ৰৱেশ কৰিব। সেই অৱস্থাত সূৰ্যক অতি শুভ বুলি গণ্য কৰা হয়। সূৰ্য্যৰ ট্ৰেনজিটে আপোনাৰ আবদ্ধ কাম পূৰণ কৰিব। শত্ৰুবোৰক পৰাস্ত হ'ব। যিসকলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে পাব ভাল খবৰ।

কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ তৃতীয় স্থানত সূৰ্য্যই প্ৰৱেশ কৰিব। যিটো আপোনাৰ বাবে অতি অনুকূল হ’বলৈ গৈ আছে। আপোনাৰ কেৰিয়াৰত ইতিবাচক পৰিৱৰ্তন আনিব। আপুনি নিৰ্ধাৰণ কৰা লক্ষ্য পূৰণ হ’ব। চাকৰিটোত উচ্চ বিষয়াৰ সহায় লাভ কৰিব। সন্মান বাঢ়িব।

বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ একাদশ স্থানত সূৰ্য্যই দখল কৰিব। ফলত আপোনাৰ জীৱনত বহু পৰিৱৰ্তন আহিবলৈ গৈ আছে। সূৰ্য্যৰ ট্ৰেনজিট আপোনাৰ বাবে শুভ বুলি গণ্য কৰা হ’ব। কেৰিয়াৰত সফলতা থাকিব। আত্মবিশ্বাস অক্ষত থাকিব।

ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ সমূহ কাম-কাজত সূৰ্য্যই দখল কৰিব। যিয়ে আপোনাৰ কেৰিয়াৰৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। চাকৰিৰ উন্নতি হ’ব। অপৰিসীম সফলতা যিকোনো কামতে পোৱা যাব। সমাজত সন্মান বাঢ়িব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী