--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: টোপনিত সপোন আমি সকলোৱে দেখো৷ এই সপোন কেতিয়াবা ভয়ানক হয়, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, ই আপোনাৰ জীৱনত এক বেয়া সময়ৰ সূচনা কৰিব। বৰঞ্চ, দিঠকত ইয়াৰ বিপৰীত পৰিলক্ষিত হোৱা দেখা যায়। সপোনৰ শাস্ত্ৰ অনুসৰি, আনকি ভয়ানক সপোনবোৰেও আপোনাৰ জীৱনলৈ যথেষ্ট সৌভাগ্য কঢ়িয়াই আনিব পাৰে। হয়তো আপোনাৰ কেৰিয়াৰ বা ব্যৱসায়ত ইতিবাচক পৰিৱৰ্তন হ’ব পাৰে।

সপোনবোৰ মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ। আপুনি সপোনৰ বিষয়ে অৱগত হ’ব লাগিব। ই আমাক সতৰ্ক কৰি দিয়ে। মুঠতে, সপোনবোৰৰ বিভিন্ন গুৰুত্ব আছে।

সৰ্পদংশন: যেতিয়া আপুনি টোপনিত সাপ দেখে, আৰু টোপনিতে ভয় খাব পাৰে। সাপ আমি সকলোৱে ভয় কৰো। কিন্তু সপোনৰ শাস্ত্ৰ অনুসৰি, সপোনত সাপ যিমানেই ভয়ানক নহওক কিয়, ই প্ৰকৃততে শুভ বুলি পৰিলক্ষিত হয়। সপোনত সাপ বা সৰ্পদংশন দেখিলে ভাল লক্ষণ হিচাপে পৰিগণিত হয়। এই সপোনে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে সফলতা।

আকাশত উৰি যোৱাৰসপোন : কিছুমানে নিজকে সপোনত বতাহত উৰি থকা দেখে৷ এইটো একেবাৰে সাধাৰণ সপোন নহয়। যদি আপুনি বিচাৰে তেন্তে আপুনি এনে সপোনৰ অধিকাৰী হ’ব নোৱাৰে। এই সপোনটোৱে ইংগিত দিয়ে যে অনাগত দিনবোৰত আপোনাৰ জীৱনত কিমান প্ৰগতি হ’ব। ব্যৱসায়িক কেৰিয়াৰ বা কৰ্মক্ষেত্ৰত এই সপোনটোৱে এটা বিশেষ ভাল দিনৰ সংকেত দিয়ে।

আত্মহত্যাৰ সপোন : যদি কোনোবাই সপোনত দেখে যে, তেওঁ আত্মহত্যা কৰিছে, তেন্তে তেওঁৰ বাবে অধিক ভয়াৱহ সপোন একো থাকিব নোৱাৰে। এইসপোন দেখিলে আপুনি ভয় খাব পাৰে, কিন্তু এইসপোন শুভ বুলি বিবেচিত হয়। এই সপোনটোৱে এটা দুখৰ দিনৰ সমাপ্তি সূচায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে