--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঐশ্বৰ্য ৰায় বচ্ছন মানেই সৌন্দৰ্য আৰু বিলাসৰ প্ৰতীক। যিকোনো অনুষ্ঠানতে সৌন্দৰ্যৰ দেৱীগৰাকীয়ে এটা আঙঠি পিন্ধি থকা দেখা যায়। হীৰাৰ সেই সুদৃশ্য আঙঠিটোৱে ঐশ্বৰ্যৰ ৰূপত সোণত সুৱগা চৰায়।

 

কিন্তু আপুনি জানেনে আঙঠিটোৰ দাম কিমান? কোনে উপহাৰ দিছিল আঙঠিটো?

 

ঐশ্বৰ্য আৰু অভিষেকৰ বিয়া হোৱা এক দশকৰো অধিক হল। বিয়াৰ সময়তে অভিষেকে ঐশ্বৰ্যক সেই হীৰাৰ আঙঠিটো উপহাৰ দিছিল। এতিয়াও আঙঠিটো আগৰ দৰেই নতুন হৈ আছে।

 

বচ্ছন পৰিয়ালৰ বোৱাৰী হোৱাৰ পাছত ঐশ্বৰ্যই সুযোগ পালেই আঙঠিটো পিন্ধে। জানিব পৰা মতে, ৫৩ কেৰেট হীৰাৰে তৈয়াৰ কৰা হৈছিল আঙঠিটো। দাম ৫০ লাখ টকা!

 

সঁচাকৈয়ে ওপৰৱালা জব দেতা হ্যেঁ দেতা থপ্পৰ ফাৰকে। পোৱাই সকলো পায়, নোপোৱাই একো নাপায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক