--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছয়গাঁৱৰ এটা মফচলীয় অঞ্চলৰ পৰা গৈ বিশ্বমঞ্চত নিজৰ নাম সোণালী আখৰেৰে লিখিবলৈ সক্ষম হৈছে ৰীমা দাসে৷ 

সংগ্ৰাম, সাধনা আৰু ঐকান্তিক প্ৰচেষ্টাৰে চিনেমাৰ ক্ষেত্ৰখনত সফলতাৰ এটাৰ পাছত আন এটা অধ্যায় লিখি অসমক ৰীমা দাসে দিছে নতুন পৰিচিতি৷ এই পৰিচিতি কেতিয়াবা আহিছে ভিলেজ ৰকষ্টাৰ্চ, কেতিয়াবা বুলবুল কেন ছিং-এৰে৷
 
এইবেলি ৰীমা দাসৰ  নতুন চিনেমা ‘তৰা’ছ হাজবেণ্ড’এও দেশে-বিদেশে বুটলিছে সফলতাৰ মণি-মুকুতা৷

‘তৰা’ছ হাজবেণ্ড’ৰ বাবেও ৰীমা দাসে দেশৰ পৰিধি ভাঙি বিদেশৰ মাটিতো লাভ কৰিছে অলেখ সন্মান৷ শেহতীয়াকৈ এই চিনেমাখনৰ বাবে ১৬সংখ্যক এছিয়া পেচিফিক স্ক্ৰীণ এৱাৰ্ডচ-২০২৩ত ৰীমা দাসক শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত কৰা হৈছে। 

এই সন্মান লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে পৰিচালক ৰীমা দাস৷ ছ’চিয়েল মিডিয়াযোগে এই খবৰ সদৰী কৰি ৰীমা দাসে দৰ্শক আৰু অসমবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক