--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অফিচৰ সময়ত, ভ্ৰমণৰ সময়ত বা কেতিয়াবা ঘৰতো চাহৰ বেগ বহু লোকে ব্যৱহাৰ কৰা দেখা যায়। বজাৰত আপোনালোকে বিচৰা ধৰণে সোৱাদযুক্ত বিভিন্ন ধৰণৰ টিবেগ পোৱা যায়। যিবোৰ মানুহে অতি তৃপ্তিৰে খাই ভালপায়। কিন্তু আপুনি জানেনে যে এই খৰতকীয়াকৈ বনোৱা চাহৰ মোনাটো আপোনাৰ কেনেদৰে স্বাস্থ্যৰ ক্ষতি কৰিছে। হয়, আজি আমি আপোনালোকক tea bagৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ বিষয়ে জনাম।

 আচলতে প্লাষ্টিকৰ চাহৰ বেগত ক্ষতিকাৰক কণা থাকে যিবোৰে বেক্টেৰিয়াক প্ৰভাৱিত কৰাৰ ক্ষমতা আছে বুলি প্ৰমাণিত হৈছে। বেছিভাগ চাহৰ মোনাতে ষ্টেপল পিন ব্যৱহাৰ কৰা হয় যদিও ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

 ১. চাহ কেনেকৈ খাব লাগে?

প্রক্রিয়া অনুসৰি চাহ বনোৱাৰ পাছতেই ইয়াক খোৱা উচিত। গ্ৰীণ টি, ক’লা চাহ বা আন বহুতো ধৰণৰ বনৌষধি চাহ বজাৰত পোৱা যায়, যিটো পানীত উতলোৱাৰ পাছতহে খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী।

 ২. ডায়েবেটিছ ৰোগীৰ বাবে ক্ষতিকাৰক-

চাহৰ বেগত অতিৰিক্ত কেফেইন থাকে যিয়ে তেজৰ গ্লুক’জৰ মাত্ৰাত বিঘ্নিত কৰে। যদিও টাৰ্মেৰিক চাহ, হিবিস্কাছ চাহ, দালচেনি চাহ, কেমোমিল চাহ আদি বনৌষধি চাহবোৰ এন্টি-ডায়েবেটিক। ইয়াৰ পাছতো অধিক কেফেইন থকা টিবেগ ব্যৱহাৰ কৰিলে ডায়েবেটিছ ৰোগীৰ ক্ষতি হয়।

 ৩. প্ৰকৃত সোৱাদ নাপায়-

আচলতে চাহৰ বেগত ভৰোৱা পাতবোৰ অতি দীঘলীয়া প্ৰক্ৰিয়াৰ পাছত ভাগ কৰি পেক কৰা হয়। সেয়েহে ইয়াৰ সোৱাদ ইমান ভালকৈ দ্ৰৱীভূত নহয়, আনহাতে চাহপাত পানীত ভালদৰে দ্ৰৱীভূত হ’লে সোৱাদ ভাল হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?