--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাত সংঘটিত হৈছে এক অদ্ভুত ঘটনা! কইনাৰ পক্ষই বাছি লোৱা নিৰামিষভোজী মেন্যুত ছাগলীৰ মাংস অন্তৰ্ভুক্ত নোহোৱাৰ বাবে দৰাৰ পৰিয়াল বিচলিত হৈ এখন বিয়া বাতিল কৰে।

উল্লেখ্য যে নৱেম্বৰ মাহত কইনাৰ বাসগৃহত বাগদান হৈছিল দম্পতীহালৰ। অৱশ্যে এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি ছাগলী মাংস মেন্যুত নথকাৰ বাবে দৰাৰ পৰিয়ালে বিয়াখন বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে এংগেজমেণ্ট পাৰ্টীৰ ইতি পৰে।

কইনাৰ পৰিয়ালে দুয়োফালৰ পৰিয়ালৰ সদস্যকে ধৰি সকলো অতিথিৰ বাবে নিৰামিষ খাদ্যৰ আয়োজন কৰিছিল।কিন্তু অনুষ্ঠানৰ পাছত অতিথিসকলে লক্ষ্য কৰিলে যে পৰিবেশন কৰা বাচনত ছাগলীৰ মাংস নাই। কইনাৰ পৰিয়ালে যেতিয়া নিশ্চিত কৰিলে যে আমিষ খাদ্য মেন্যুত যোগ কৰা হোৱা নাই, তেতিয়া দুয়োপক্ষৰ মাজত মতানৈক্য বাঢ়ি যায়।লগে লগে ঘটনাৰ বিষয়ে আৰক্ষীক জনোৱা হয়, যিয়ে মধ্যস্থতা কৰি সমস্যাটো সমাধানৰ চেষ্টা কৰে। কিন্তু দৰা পৰিয়ালে ইয়াক 'অপমান' বুলি অভিহিত কৰি হাৰ মানিবলৈ অস্বীকাৰ কৰে।

স্মৰ্তব্য যে এই কাণ্ডটো তেলেগু চিনেমা ‘বালাগাম’ৰ কাহিনীটোৰ সৈতে বহুখিনি মিল আছিল, য’ত দুয়োটা পৰিয়ালৰ মাজত ছাগলীৰ মাংসক লৈ হোৱা বিবাদৰ পাছত এখন বিয়া বাতিল কৰা দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement