--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যীচুৰ জন্মদিনতে সুৰা বিক্ৰীৰ ক্ষেত্ৰত কেৰালাই নতুন অভিলেখ গঢ়িলে। বৰদিন উপলক্ষে সেই ৰাজ্যত ৩ দিনত ১৫৪ কোটি ৭৭ লাখ মূল্যৰ সুৰা বিক্ৰী হয়। কেৰেলা ৰাজ্যিক পানীয় নিগম বা ‘বেভকো’ৰ পৰিসংখ্যাই তেনেকৈয়ে কয়।

তেওঁলোকে দিয়া প্ৰতিবেদন অনুসৰি এইবাৰ বৰদিনৰ পূৰ্বে অৰ্থাৎ ২৪ ডিচেম্বৰৰ নিশা প্ৰায় ৭০ কোটি আৰু ৭৩ লাখ টকাৰ সুৰা বিক্ৰী হৈছিল। যিটো যোৱা বছৰৰ তুলনাত প্ৰায় ১ কোটি ১৮ লাখ বেছি।

গোটেই সপ্তাহটো বৰদিনৰ মনোভাৱ চলি থাকে। প্ৰাইম ডে’ত সুৰাৰ দোকানত অযথা ভিৰ। সেয়েহে সেই সকলোবোৰ বিপদৰ পৰা হাত সাৰিবলৈ বহুতে ঘৰতে মদৰ বটল আগতীয়াকৈ জমা কৰি ৰাখে। বৰদিনৰ দুদিনমান আগতেও বিক্ৰী ভাল হয়। সেই ৰীতি অনুসৰি ২২ আৰু ২৩ ডিচেম্বৰ দুদিনত সেই ৰাজ্যত ৮৪ কোটি ৪ লাখ টকাৰ সুৰত সুৰা বিক্ৰী হৈছিল। যিটো যোৱা বছৰৰ তুলনাত প্ৰায় ৮ কোটি ৬৩ লাখ বেছি।

কোৱা বাহুল্য যে খাদ্যৰ লগতে সুৰাৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়িছে। কেইসপ্তাহমানৰ পিছত নতুন বছৰ আহি আছে। ‘নৱবৰ্ষৰ পূৰ্বাহ্ন’ বৰদিনৰ পৰিসংখ্যাক অতিক্ৰম কৰে নে নকৰে সেয়া হ’ব লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক