--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অভিযানত আটক দুজনকৈ জুৱাৰী ক্ৰমে বাহাৰুল ফৰাজী আৰু হাৰেজ আলী। জুৱা খেলৰ পৰা উদ্ধাৰ নগদ ধনৰ লগতে জুৱা খেলত ব্যৱহাৰ কৰা সামগ্ৰী।

ডিজিটেল ডেস্ক: জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে চলালে অভিযান। নগাঁও জিলা উপ আৰক্ষী অধীক্ষক দ্বীপ সিনহাৰ নেতৃত্বত জুৰীয়াৰ কালিয়াডীঙাত চলিছিল অভিযান।


অভিযানত আটক দুজনকৈ জুৱাৰী ক্ৰমে বাহাৰুল ফৰাজী আৰু হাৰেজ আলী। জুৱা খেলৰ পৰা উদ্ধাৰ নগদ ধনৰ লগতে জুৱা খেলত ব্যৱহাৰ কৰা সামগ্ৰী।


জুৱাৰীয়ে বহি জুৱা খেলা ঘৰ আৰক্ষীয়ে ভাঙি জ্বলাই দিয়ে। ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে আচামী দুজনৰ জেৰা অব্যাহত ৰাখিছে।


এনে জুৱাৰীয়ে পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ স্থানীয় বাসিন্দাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন