--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  তিনিগৰাকী অসমকন্যাৰ সাফল্য। অসমৰ মহিলা শৰীৰ চৰ্চাবিদৰ সাফল্যই আনিলে গৌৰৱ কঢ়িয়ায়। মধ্যপ্ৰদেশৰ ৰাটলামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বডি বিল্ডিং চেম্পিয়নশ্বিপত  তিনি গৰাকী অসমীয়া মহিলা শৰীৰ চৰ্চাবিদে লাভ কৰিলে পদক।

উল্লেখ্য যে, ভাৰতীয় বডী বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েচনৰ উদ্যোগত ৫ মাৰ্চৰ পৰা ৬ মাৰ্চলৈ মধ্য প্ৰদেশত অনুষ্ঠিত হৈছিল ১৩ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ পুৰুষ, মাষ্টাৰ্ছ, দিব্যাংগ আৰু ছিনিয়ৰ মহিলাৰ বডী বিল্ডিং প্রতিযোগিতা, চতুৰ্থ জুনিয়ৰ মহিলা স্পৰ্টছ মডেল ফিজিক প্ৰতিযোগিতা ।

দেশৰ ৪৫০ গৰাকীৰো অধিক শৰীৰচৰ্চাবিদে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসমৰ বৰ্ণালী বসুমতাৰী আৰু ছায়া বৰুৱাই মহিলাৰ স্পৰ্টছ ম’ডেল ফিজিক চেম্পিয়নশ্বিপত ক্ৰমে ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছে । আনহাতে, মহিলাৰ বডী বিল্ডিং চেম্পিয়নশ্বিপত সবিতা বনিয়াই লাভ কৰিছে ব্ৰঞ্জৰ পদক  । আনহাতে বড়ীবিল্ডিঙৰ মাষ্টাৰ্ছ শাখাত অসমৰ অবনী দত্ত চতুর্থ স্থানত থাকে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক