--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱৰ্তন পছোৱা বলিছে ভাৰতত৷কিন্তু পৰিৱৰ্তনকামী জনতাৰ অন্তৰ জয় কৰিব পৰা নেতাৰ দ্বাৰাহে এই পৰিৱৰ্তনৰ বতাহৰ সুযোগ গ্ৰহণ কৰাটো সম্ভৱ৷ঠিক তেনে এজন বলিষ্ঠ ব্যক্তিত্বৰ নেতা হ’ল গৌৰৱ গগৈ৷

পিতৃৰ পদাংক অনুসৰণ কৰি ৰাজনীতিৰ পথাৰত গৌৰৱ গগৈ এক উজ্জ্বল নক্ষত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে৷কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদজনে বিগত সময়চোৱাত নিজৰ বক্তব্যৰ জৰিয়তে দেশত আলোড়নৰ সৃষ্টি কৰি থৈছে৷মণিপুৰ ঘটনাৰ পাছত লোকসভাৰ মজিয়াত অনাস্থা প্ৰস্তাৱ উত্থাপনৰ সময়ত যি উদাত্ত উপস্থাপন তাক লৈ সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে৷

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আঞ্চলিক সমস্যাৰাজিক কেন্দ্ৰত উপস্থাপন কৰাত গৌৰৱ গগৈৰ আছে বিশেষ কৃতকাৰ্যতা যাৰ বাবেই গৌৰৱ গগৈক ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ তত্বাৱধায়ক হিচাপে নিযুক্ত কৰা হৈছে৷শেহতীয়াকৈ ৰাজস্থানৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেকো গৌৰৱে সাক্ষাৎ কৰে৷বিজেপি নেত্ৰীগৰাকীৰ লগত গৌৰৱৰ বৈঠকে আহিবলগীয়া দিনবোৰত ৰাজস্থানৰ পৰিৱৰ্তিত ৰাজনীতিৰে ইংগিত প্ৰদান কৰে৷যি সকলোৰে মাজত যথেষ্ট সমাদৃত হৈছে ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক