--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৩১৪৮৬টা ভোটকেন্দ্ৰত হ’ব ভোটগ্ৰহণ। সকলো ভোটগ্ৰহণ কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে।

ডিজিটেল ডেস্ক: আজি অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা ৰাজ্যত আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ১২৬টা সমষ্টিত ৭২২গৰাকী প্ৰাৰ্থীৰ ভাগ্য হ’ব নিৰ্ণয়। 


উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ৰাজ্যৰ প্ৰায় আঢ়ৈ কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। ১ কোটি ২৪ লাখ ৮২ হাজাৰ ২১৩গৰাকী পুৰুষ ভোটাৰ আৰু ১ কোটি ২৪ লাখ ৭৫হাজাৰ ৫৮৩গৰাকী মহিলা ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। লগতে আছে ৩৪৩ গৰাকী তৃতীয় লিংগ ভোটাৰ।


৩১৪৮৬টা ভোটকেন্দ্ৰত হ’ব ভোটগ্ৰহণ। সকলো ভোটগ্ৰহণ কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে। এইবাৰ নিৰ্বাচনত মুঠ ১ লাখ ৫১ হাজাৰ ১৩২ গৰাকী ভোটগ্ৰহণ বিষয়াক নিয়োগ কৰা হৈছে। 


সুচাৰুৰূপে ভোটগ্ৰহণ কৰাৰ বাবে আৰক্ষীৰ লগতে মোতায়েন কৰা হৈছে CRPF। ৭২২ প্ৰাৰ্থীৰ ভিতৰত পুৰুষ প্ৰাৰ্থীৰ সংখ্যা ৬৬৩গৰাকী আৰু মহিলা প্ৰাৰ্থীৰ সংখ্যা ৫৯গৰাকী। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ