--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এলোভেৰা উদ্ভিদ আমাৰ দৈনন্দিন বহু কামত ব্যৱহাৰ কৰা হয়। এলোভেৰা গছৰ পৰা তৈয়াৰী জেল ছালৰ যিকোনো সমস্যা সমাধানৰ বাবে অতি উপযোগী। কিন্তু বাস্তুশাস্ত্ৰৰ মতে এলোভেৰা উদ্ভিদে আপোনাৰ বহু সমস্যা সমাধান কৰিব পাৰে বুলি বহুতে হয়তু নাজানে। আজি আমি জানিম যে কেনেকৈ আপুনি এলোভেৰা গছ ৰোপণ কৰি আৰ্থিক সমস্যাৰ সমাধান পাব পাৰে?

 বাস্তু বিশেষজ্ঞসকলে কয় যে এলোভেৰা গছ যদি ঘৰৰ পূব দিশত ৰোপণ কৰা হয়, তেন্তে ই আপোনাৰ ঘৰৰ বাস্তু উন্নত কৰে। আমাৰ জীৱনৰ বহুখিনি কথাই নিৰ্ভৰ কৰে আমাৰ বাস্তুৰ ওপৰত। পূব দিশত এলোভেৰা গছ ৰোপণ কৰিলে আপোনাৰ আৰ্থিক সৌভাগ্যও উন্নত হোৱাৰ লগতে সুখ- সমৃদ্ধিও বৃদ্ধি হয়। কিন্তু পূব দিশত গছ ৰোপণ কৰিলেই নহ’ব, আন কিছুমান নিয়ম জনাটো প্ৰয়োজন।

 * বাস্তুশাস্ত্ৰৰ মতে পূব দিশ সূৰ্য্যৰ দিশ। আনহাতে গছ ৰোপণ কৰিলে আৰ্থিক বৃদ্ধি হয় আৰু সাংসাৰিক অস্থিৰতা দূৰ হয়। বিশেষজ্ঞসকলে জনোৱা মতে, ঘৰৰ পূব দিশত এলোভেৰা ৰোপণ কৰিলে ঘৰৰ বাসিন্দাসকলৰ আত্মবিশ্বাস বৃদ্ধি পায়। আত্মবিশ্বাস বৃদ্ধিয়ে আৰু কঠিন কামবোৰ সহজ কৰি তোলে।

 * যদি ঘৰৰ পূব দিশত এলোভেৰা ৰোপণ কৰে, তেন্তে উত্তৰ-পূব দিশত কোনো ধৰণৰ গছ ৰোপণ নকৰিব। সেয়েহে ঘৰৰ কেৱল পূব দিশতহে এলোভেৰা গছ ৰোপণ কৰিব লাগে আৰু নিয়মীয়াকৈ ইয়াৰ যত্ন ল’ব লাগে। দেখিব সময়ৰ লগে লগে এলোভেৰা গছৰ প্ৰভাৱত আপোনাৰ সকলো সমস্যা নোহোৱা হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক