--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ অহাৰ পিছতে দেশৰ বহু ঐতিহাসিক স্থান, স্মাৰক আদিৰ নাম সলনি কৰা হৈছে। একেদৰে সলনি কৰা হৈছে দেশৰ কেইবাটাও পুৰণি ৰে'ল ষ্টেছনৰো নাম। শেহতীয়াকৈ দেশৰ আঠটা ৰে'ল ষ্টেছনৰ নাম সলনি কৰি নতুন নাম ৰখা হৈছে।নতুনকৈ নাম সলনি কৰা ৰে'ল ষ্টেছন কেইটা হৈছে ক্ৰমে— 

মোগলচৰাই জংচনৰ  পিটি দীন দয়াল উপাধ্যায় ৰেল ৱে জংচন (উত্তৰ প্ৰদেশ), মাণ্ডুয়াডিহ ৰেল ষ্টেচনৰ নাম সলনি কৰি ৰখা হৈছে  বেনাৰস  ৰেল ষ্টেচন (উত্তৰ প্ৰদেশ),ৰবাৰ্টচগঞ্জ ৰেল ষ্টেচনৰ নাম সলনি কৰি ৰখা হৈছে  সোণভদ্ৰ ৰেল ষ্টেচন (উত্তৰ প্ৰদেশ), এলাহাবাদ জংচনৰ নাম সলনি কৰি ৰখা হৈছে  প্ৰয়াগৰাজ জংচন (উত্তৰ প্ৰদেশ), ফৈজাবাদ জংচনৰনাম সলনি কৰি ৰখা হৈছে  অযোধ্যা কেণ্ট (উত্তৰ প্ৰদেশ), পাংকি ৰেল ষ্টেচনৰ নাম সলনি কৰি ৰখা হৈছে  পঙ্কি ধাম ৰেল ষ্টেচন (উত্তৰ প্ৰদেশ) ।

ডাণ্ডুপুৰ ৰেল ষ্টেচনৰ নাম সলনি কৰি ৰখা হৈছে  মা বৰাহী দেৱী ধাম ৰেল ষ্টেচন (উত্তৰ প্ৰদেশ), মিয়াঁ কা বদা ৰেল ষ্টেচনৰ নাম সলনি কৰি ৰখা হৈছে  মহেশ নগৰ ৰেল ষ্টেচন (ৰাজস্থান)। একেদৰে ইয়াৰ পূৰ্বে মধ্য প্ৰদেশ (ভূপাল)ৰ  হাবিবগঞ্জ ৰেল ষ্টেচনৰ নাম সলনি কৰি ৰখা হৈছিল ৰাণী কামলাপতি ৰেল ষ্টেচন ।গুজৰাটৰ কেৱাদিয়া ৰেল ষ্টেচনৰ নতুন নাম ৰখা হৈছিল  একতা নগৰ ৰেল ষ্টেচন৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক