--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ভাৰতৰ প্ৰতিবেশী পাকিস্তানক লৈ কঠোৰ বাক্যবাণ নিক্ষেপ কৰিছে এছ জয়শংকৰে৷বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে পাকিস্তানক আক্ৰমণ কৰি কয় যে ভাৰতত যেতিয়ালৈকে এখন সদস্য ৰাষ্ট্ৰই সন্ত্ৰাসবাদৰ কাৰ্যকলাপত লিপ্ত হৈ থাকিব তেতিয়ালৈকে ভাৰতত ছাৰ্ক (দক্ষিণ এছিয়ান এছ’চিয়েশ্যন ফৰ ৰিজিঅ’নেল ক’অপাৰেশ্যন)ৰ বৈঠক হ’ব নোৱাৰে। "ৰাতি সন্ত্ৰাসবাদ আৰু দিনত বাণিজ্য" হোৱা পৰিস্থিতি ভাৰতে সহ্য নকৰে বুলিও উল্লেখ কৰে৷ 




উল্লেখ্য যে,ছাৰ্ক হৈছে বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান, শ্ৰীলংকাকে ধৰি দক্ষিণ এছিয়াৰ আঠখন দেশৰ আঞ্চলিক আন্তঃচৰকাৰী সংস্থা।

তদুপৰি জয়শংকৰে কানাডাৰ খালিস্তানী উপাদানসমূহৰ সন্দৰ্ভতো মন্তব্য কৰে৷তেওঁ কয় যে কানাডাই খালিস্তানী উপাদানসমূহ চম্ভালিব পৰা স্থিতিত এনে লাগিছে যেন তেওঁলোক  ভোট বেংকৰ ৰাজনীতিৰ দ্বাৰা পৰিচালিত।










FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে